Sports আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ চিএছকেৰ আয়ুষ মহাত্ৰে April 22, 2026 Sonakshi Sarkar চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বেটছমেন আয়ুষ মহাত্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলিত ছিজনৰ বাকী মেচসমূহৰ পৰা বাহিৰ হৈছে। আঘাতৰ বাবে বাকী থকা মেচৰ পৰা বাহিৰ হোৱাৰ…
Business মহানগৰীত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা; বশিষ্ঠত হেৰ’ইন আৰু নগদ ধনসহ জালত ‘হনুমান’ April 22, 2026 Sonakshi Sarkar ৰাজ্যজুৰি অব্যাহত থকা নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহাৰ মাজতে এইবাৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি বশিষ্ঠ আৰক্ষীৰ এটা দলে কালিবাৰী পথত এক বিশেষ…
Business বৰপথাৰত নৃশংসতা! ম’বাইলত গান শুনাক লৈ কিশোৰীক মৰিয়াই হত্যা চুবুৰীয়াৰ, দোষীক গ্ৰেপ্তাৰৰ দাবী April 22, 2026 Sonakshi Sarkar ম’বাইলত উচ্চস্বৰত গান শুনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সামান্য তৰ্কৰ পৰিণতিতে বৰপথাৰত সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড। সৰুপথাৰ সমষ্টিৰ বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱত চুবুৰীয়াই এগৰাকী ১৯ বছৰীয়া যুৱতীক মৰিয়াই…
Business অসমত প্ৰাক-মৌচুমী বৰষুণৰ তাণ্ডৱ; ধাৰাসাৰ বৃষ্টিপাতত কৃষিখণ্ডৰ ব্যাপক ক্ষতিসাধনৰ আশংকা April 22, 2026 Sonakshi Sarkar অসমত ধাৰাবাহিকভাৱে হৈ থকা অত্যধিক প্ৰাক-মৌচুমী বৰষুণে ৰাজ্যৰ কৃষিখণ্ডলৈ কঢ়িয়াই আনিছে এক চৰম বিপৰ্যয়। মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে বৰষুণ আৰু আৰ্দ্ৰতাৰ বাবে বিভিন্ন প্ৰান্তত শাক-পাচলি আৰু মাকৈ খেতিৰ ব্যাপক…
Assam অসমত ম’হ যুঁজ বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ; নিয়ম উলংঘা কৰিলে কঠোৰ আইনী ব্যৱস্থাৰ সকীয়ানি April 22, 2026 Sonakshi Sarkar অসমত পৰম্পৰাগতভাৱে চলি অহা ম’হ যুঁজৰ আয়োজনৰ ওপৰত গৌহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে জাৰি কৰে এক অন্তৱৰ্তীকালীন নিষেধাজ্ঞা। ৰাজ্যত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো ধৰণৰ ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব বুলি…
Business পপী খেতিৰ পৰা কৃষকক মুক্ত কৰাৰ মানৱীয় প্ৰচেষ্টা; চুৰাচান্দপুৰত বিকল্প জীৱিকাৰ বাবে ‘হিনচি’ আঁচনিৰ শুভাৰম্ভ April 22, 2026 Sonakshi Sarkar মণিপুৰত নিষিদ্ধ পপী খেতিৰ পৰম্পৰাগত কৱলৰ পৰা কৃষকক উদ্ধাৰ কৰি এক সুস্থ অৰ্থনীতি গঢ়াৰ বিশেষ তৎপৰতা চলাইছে আৰক্ষীয়ে। ৰাজ্যখনত চলি থকা নিচাজাতীয় দ্ৰব্য বিৰোধী কঠোৰ এনফ’ৰ্চমেণ্টৰ মাজতে এতিয়া পোহৰলৈ আহিছে…
Assam বংগত বিজেপি কৰ্মী আক্ৰমণ হ’লে ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ April 22, 2026 Sonakshi Sarkar পশ্চিমবংগত বিজেপি কৰ্মীৰ ওপৰত চলি থকা ৰাজনৈতিক আক্ৰমণ বন্ধ নহ’লে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বিস্ফোৰক দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৪…
Assam ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী! গুৱাহাটীত ভংগ হ’ল ২২ বছৰীয়া বৃষ্টিপাতৰ অভিলেখ April 21, 2026 Paromita দেশৰ আন প্ৰান্তত উৎকট গৰমে জনসাধাৰণক জ্বলা-ক’লা খুৱাই থকাৰ বিপৰীতে অসমত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিছে এক ভিন্ন পৰিস্থিতি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সমগ্ৰ ৰাজ্যতে আগন্তুক দুদিনৰ বাবে জাৰি…
Assam সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা April 21, 2026 Paromita অসমৰ সংগীত জগতৰ মহীৰূপ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাঞ্চল্যৰ হত্যাকাণ্ডৰ গোচৰত এতিয়া সৃষ্টি হৈছে এক নতুন পৰিস্থিতিৰ। এই সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সোমবাৰে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতত…
Business ছানৰাইজ মচলাই সফলতাৰে চাৰি দিনৰ সাংস্কৃতিক উদযাপন কৃষ্টিৰ মিলন সেতু- ব্ৰিজ অৱ কালচাৰেল ইউনিটি সমাপন কৰিলে April 21, 2026 Business Bureau ছানৰাইজ স্পাইচেছে ৰঙালী বিহুত চাৰিদিনীয়া সাংস্কৃতিক উদযাপন ‘কৃষ্টিৰ মিলন সেতু – সাংস্কৃতিক ঐক্যৰ সেতু’ ৰূপে পালন কৰি অসমৰ বৈচিত্ৰ্যময় জনজাতীয় নৃত্য পৰম্পৰাক এখন মঞ্চত উপস্থাপন কৰে। ১৪ এপ্ৰিলৰ পৰা ১৭…