Category: News

তেজপুৰ বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণৰ দাবী, ৯ ঘণ্টীয়া অনশন শিক্ষাৰ্থীৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙৰ বিৰুদ্ধে চলি থকা আন্দোলনে ক্ৰমাগতভাৱে ধাৰণ কৰিছে তীব্ৰতৰ ৰূপ। উপাচাৰ্যৰ ওপৰত উত্থাপিত ব্যাপক দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগৰ বাবে তেওঁক তাৎক্ষণিকভাৱে অপসাৰণৰ দাবীত সোমবাৰে…

প্ৰাক্তন আই এ এছ বিষয়া ৰাজকুমাৰ গোৱেলক দেশৰ মুখ্য তথ্য আয়ুক্তৰূপে নিযুক্তি

সোমবাৰে প্ৰাক্তন আই এ এছ বিষয়া ৰাজকুমাৰ গোৱেলে দেশৰ মুখ্য তথ্য আয়ুক্ত চমুকৈ চি আই চি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক ৰাষ্ট্ৰপতি ভৱনত পদ আৰু গোপনীয়তাৰ শপত…

মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন

জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে…

পাকিস্তানী সেনাৰ বৃহৎ সফলতা

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা…

হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক

আজি নগাঁৱৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চেক প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ধন।এই আঁচনিৰ অধীনত…

ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ। তাৰ মাজতেই আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক এই কাৰ্যসূচীত অংশ লৈছে…

দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই…

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল…

মহম্মদ ইউনুছৰ ঘোষণা। পবিত্ৰ ৰমজান মাহৰ পূৰ্বেই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব

১৫ বছৰে ক্ষমতাত থকা শ্বেখ হাছিনাই যোৱা বছৰৰ আগষ্ট মাহত গণ প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছিল। তাৰ পিছত তেওঁৰ দল আৱামি লীগক অন্তৱৰ্তীকালীন প্ৰশাসনে নিষিদ্ধ কৰে আৰু নিৰ্বাচন…

ইউনুছ চৰকাৰক উৎখাতৰ আহ্বান হাছিনাৰ

বিগত বৰ্ষত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই। তাৰ পিছৰ পৰাই দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে…