Category: News

কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ডিএছপি কিৰণ চন্দ্ৰ নাথ

গোলাঘাট জিলাৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত কৰ্তব্যৰত এজন উপ আৰক্ষী অধীক্ষক (ডিএছপি)ক এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ডিএছপি জনৰ নাম হৈছে কিৰণ চন্দ্ৰ নাথ।…

যুৱসকলক নিযুক্তিৰ সুযোগপ্ৰদানৰ বাবে লক্ষ্ণৌত কৌশল মহোৎসৱ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে (এনএছডিচি) লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৯ আৰু ১০ মাৰ্চত দুদিনীয়াকৈ আয়োজিত মেগা অনুষ্ঠান কৌশল মহোৎসৱৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথা সদৰি কৰিছে। দক্ষতা…

লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰিজ আৰু উন্নাত ভাৰতে ভাৰতত ই স্মাৰ্ট ক্লিনিক প্ৰকল্প আৰম্ভ কৰিছিল

লৰ্ডছ মাৰ্ক ইণ্ডাষ্ট্ৰীজ লিমিটেডে উন্নত ভাৰত অভিযানৰ সহযোগত আৰম্ভ কৰিছে ই স্মাৰ্ট ক্লিনিক প্ৰকল্প। এইমছ ৰাজকোটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰি এই পদক্ষেপ দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে…