Category: Business

নীট-ইউজি ২০২৬ বাতিলৰ বিৰুদ্ধে কেজৰিৱাল সৰৱ, পেপাৰ লিক মাফিয়াক ‘দেশৰ শত্ৰু’ আখ্যা

মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউজি ২০২৬ বাতিল হোৱাক লৈ আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। এই পেপাৰ লিকৰ আঁৰত শীৰ্ষ পৰ্যায়ৰ বৃহৎ ষড়যন্ত্ৰ…

মুলায়ম সিং যাদৱৰ পৰিয়াললৈ দুখবৰ, দ্বিতীয় পুত্ৰ প্ৰতীক যাদৱৰ আকস্মিক মৃত্যু

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ বুধবাৰে পুৱা লক্ষ্ণৌত ৰহস্যজনকভাৱে মৃত্যু ঘটে। উত্তৰ প্ৰদেশৰ বিজেপি নেত্ৰী অপৰ্ণা যাদৱৰ স্বামী প্ৰতীকক পুৱা প্ৰায় ৫:৩০ বজাত লক্ষ্ণৌৰ চিভিল হাস্পতাললৈ নিয়া…

চিলিণ্ডাৰ বিস্ফোৰণে কঁপাই তুলিলে বোকাজান, শিশুৰ মর্মান্তিক মৃত্যু

বোকাজানত মঙলবাৰে এক শোকাৱহ চিলিণ্ডাৰ বিস্ফোৰণে কাঢ়ি নিয়ে এটি নাবালকৰ জীৱন। কাৰাগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বালিজান অঞ্চলৰ এটা ভঙাচিঙা সামগ্ৰীৰ গুদামত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। হঠাৎ হোৱা এই বিস্ফোৰণৰ…

সুজাতা গুৰুং চৌধুৰীৰ বিস্ফোৰক অভিযোগ: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ আইনী পদক্ষেপৰ সংকেত

গুৱাহাট নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যৰ জৰিয়তে মানহানি আৰু চৰিত্ৰ হনন কৰাৰ গুৰুতৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক মুকলি চিঠি প্ৰেৰণ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে। শেহতীয়া…

এইচ পিয়ে ভাৰতত ২০+ এআই-চালিত ডিভাইচ আৰু সমাধান মুকলি কৰিছে

এইচ পি ইণ্ডিয়াই সোমবাৰে পাৰ্ছনেল চিষ্টেম, প্ৰিণ্টিং আৰু কৰ্মশক্তিৰ প্ৰযুক্তিৰ মাজেৰে ২০তকৈও অধিক নতুন সামগ্ৰী আৰু সমাধান মুকলি কৰে, যিয়ে কাম আৰু এআই-চালিত কম্পিউটিঙৰ ভৱিষ্যতক সমৰ্থন কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৰ অন্যতম…

পিৰুজ আৰেজ খাম্বাটাই উন্মোচন কৰিলে ‘আশোই –দ্য জৰোষ্ট্ৰীয়ান আৰ্ট অৱ ছাক্সেচ এণ্ড ইম্মৰেটিলিটী’ শীৰ্ষক গ্ৰন্থখন, উদ্যমিতা পুঁজিৰ ঘোষণা

ৰস্না গ্ৰুপৰ অধ্যক্ষ পিৰুজ আৰিজ খাম্বাটাই নিজৰ নতুন গ্ৰন্থ অশোই: দ্য জৰোষ্ট্ৰিয়ান আৰ্ট অৱ চাক্সেছ এণ্ড ইমৰ্টেলিটী উন্মোচন কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগ আৰু নেতৃত্ব বিকাশক সহায় কৰাৰ লক্ষ্যৰে উদ্যমিতা…

গুৱাহাটীত শুভেন্দু অধিকাৰী: অসমৰ পথ অনুসৰি বংগতেও অনুপ্ৰৱেশ ৰোধৰ হুংকাৰ

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ মঙলবাৰে গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বিমানবন্দৰত উপস্থিত হৈ তেওঁ নতুন চৰকাৰখনৰ বাবে অসমবাসীক অভিনন্দন জনোৱাৰ…

পশ্চিমবংগ নিৰ্বাচন ফলাফলক কেন্দ্ৰ কৰি তৃণমূলৰ আইনী পদক্ষেপ, উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ নিৰ্দেশ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত ব্যাপক ভোটাৰ কৰ্তনে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচন আয়োগৰ ‘বিশেষ নিবিড় সংশোধন’ বা এছআইআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ…

শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ ১৩ মে’ত উচ্চ ন্যায়ালয়ত গুৰুত্বপূর্ণ শুনানি

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা সাংস্কৃতিক উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। অহা ১৩ মে’ত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত…

নতুন চৰকাৰ গঠনৰ ক্ষণগণনা, হিমন্ত বিশ্ব শৰ্মাৰ লগতে শপত ল’ব চাৰি জ্যেষ্ঠ নেতা

অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। আজি অৰ্থাৎ ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ভব্য শপত গ্ৰহণ অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে…