Category: Business

অসমত আজি এনডিএ চৰকাৰৰ নতুন অধ্যায়, শপত গ্ৰহণত অংশ ল’বলৈ গুৱাহাটীত নৰেন্দ্ৰ মোদী

অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ সোমবাৰে নিশা গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়…

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব ল’বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন…

এক আচৰিত খবৰ

সদ্যসমাপ্ত হ’ল ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ২০২৬ ৷ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে এক তথ্য সদৰী কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগ চমুকৈ ইচিআইৰ তথ্যত এক ভয়ংকৰ কথা…

২০,০০০ কোটি টকাৰ ৰাজহৰ মাইলৰ খুঁটি অতিক্ৰম টাটা কনজিউমাৰৰ, ২০২৬ বিত্তীয় বৰ্ষত শক্তিশালী অগ্ৰগতি অব্যাহত

টাটা কনজিউমাৰ প্ৰডাক্টছে ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা ত্ৰৈমাসিক আৰু বিত্তীয় বৰ্ষত সুদৃঢ় বিত্তীয় ফলাফল ঘোষণা কৰিছে। পানীয়, খাদ্য আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ব্যাপক পৰিমাণ-চালিত বৃদ্ধিৰ ফলত কোম্পানীটোৰ বাৰ্ষিক ৰাজহ…

সাৱধান দেশবাসী

ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কমকৈ কৰক ৷’’ পশ্চিমৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে এই আহ্বান জনোৱাৰ পিছতে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ লোকসভাৰ বিৰোধী…

আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা

আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা। ‘লাডেন আৰু আছাদুদ্দিন ওৱেছিৰ মাজত নাই কোনো পার্থক্য’। ‘লাডেনে আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওৱেছিয়ে’ । AIMIMৰ জড়িয়তে ওৱেছিয়ে জেহাদ চলোৱাৰ…

ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী?

ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন। দুগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে। অসম আৰু ডিমাপুৰৰ যুৱতীক অশ্লীল ইংগিত। ২ যুৱতীক প্ৰহাৰৰো…

মেগালয়ৰ জীৱন্ত মূল গুৰি সেতু দিল্লীত সাংস্কৃতিক অনুষ্ঠানত প্ৰধান আকৰ্ষণ

মেগালয়ৰ জীৱন্ত মূল গুৰি সেতু দিল্লীত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত প্ৰধান আকৰ্ষণ হৈ পৰিছে ৰবিবাৰৰ পৰা আচম্ভ হোৱা মেগালয়ৰ ঐতিহ্য, পৰম্পৰা আৰু শৈল্পিক ঐতিহ্যক উদযাপন কৰা দুদিনীয়া সাংস্কৃতিক অনুষ্ঠানত বিখ্যাত জীৱন্ত…

শৈক্ষিক-উদ্যোগৰ অংশীদাৰিত্ব সুদৃঢ় কৰাৰ উদ্দেশ্যে গুৱাহাটীত চিএফএ ইনষ্টিটিউটৰ আয়োজন কৰা প্ৰথমখন ঘূৰণীয়া মেজমেল

চিএফএ ইনষ্টিটিউটে শেহতীয়াকৈ গুৱাহাটীত প্ৰথমখন ফাইনেন্স ইণ্ডাষ্ট্ৰী নেটৱৰ্ক(এফআইএন)ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিছে, য’ত সমগ্ৰ উত্তৰ-পূবৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহৰ অধ্যাপকসকলক একত্ৰিত কৰি একাডেমী আৰু বিত্তীয় উদ্যোগৰ মাজত সহযোগিতা শক্তিশালী কৰিছে।…

ইন্ধনৰ মূল্য বৃদ্ধি অৱধাৰিত, ১০ সপ্তাহত ১ লক্ষ কোটি টকা ক্ষতি OMCs-ৰ

“ইন্ধনৰ মূল্য বৃদ্ধি অৱধাৰিত”: মধ্য-প্ৰাচ্য সংকটৰ মাজত ১০ সপ্তাহত ১ লক্ষ কোটি টকাতকৈ অধিক ক্ষতি হৈছে ৰাজ্যিক তেল কোম্পানীসমূহৰ মধ্য-প্ৰাচ্য সংঘৰ্ষৰ বাবে বিশ্বব্যাপী ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ পিছতো ভাৰতীয় গ্ৰাহকক…