ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন। দুগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে। অসম আৰু ডিমাপুৰৰ যুৱতীক অশ্লীল ইংগিত। ২ যুৱতীক প্ৰহাৰৰো অভিযোগ যুৱকৰ দলটোৰ বিৰুদ্ধে। Share this:FacebookX Related Post navigation মেগালয়ৰ জীৱন্ত মূল গুৰি সেতু দিল্লীত সাংস্কৃতিক অনুষ্ঠানত প্ৰধান আকৰ্ষণ আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা