আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা। ‘লাডেন আৰু আছাদুদ্দিন ওৱেছিৰ মাজত নাই কোনো পার্থক্য’। ‘লাডেনে আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওৱেছিয়ে’ । AIMIMৰ জড়িয়তে ওৱেছিয়ে জেহাদ চলোৱাৰ অভিযোগ। ‘নির্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কৰা নাই ওৱেছিয়ে’। Share this:FacebookX Related Post navigation ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? সাৱধান দেশবাসী