Category: Business

ইন্ধনৰ ব্যৱহাৰ হ্ৰাসৰ লক্ষ্যৰে নীতিন গাডকাৰীৰ অভিনৱ পদক্ষেপ; বাছত কৰিব যাত্ৰা

দেশৰ বৰ্ধিত ইন্ধনৰ নাটনি আৰু বিত্তীয় মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। মহাৰাষ্ট্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘাইপথ প্ৰকল্প পৰিদৰ্শনৰ বাবে তেওঁ কোনো ব্যক্তিগত বিলাসীবহুল…

অসম, উত্তৰ-পূৰ্বাঞ্চলত ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰ ৬৫% বৃদ্ধিৰ কথা সদৰি ভি-ৰ

বৃহৎ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু গ্ৰাহকৰ মাজত সীমাহীন ডাটা প্লেনৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চক্ৰত ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰ ৬৫ শতাংশ বৃদ্ধি পোৱা বুলি…

নতুন টিভিএছ অৰ্বিটাৰ প্ৰচাৰ অভিযানে ভাৰতৰ চহৰীয়া সংগ্ৰামীসকলৰ মানসিক দৃঢ়তাক কৰিছে উদযাপন

টিভিএছ মটৰ কোম্পানীয়ে ইলেক্ট্ৰিক স্কুটাৰ টিভিএছ অৰ্বিটাৰৰ বাবে এক নতুন প্ৰচাৰ অভিযান মুকলি কৰিছে, ভাৰতৰ নতুন যুগৰ নগৰীয়া প্ৰজন্মৰ বাবে ব্যস্ততা, কৰ্ম, ফিটনেছ, বন্ধুত্ব আৰু ব্যক্তিগত আকাংক্ষাৰ মাজত ভাৰসাম্য ৰক্ষা…

কোষ্টা ৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ

লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ সৈতে কূটনৈতিক আৰু অৰ্থনৈতিক সংযোগ সুদৃঢ় কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ অংশ হিচাপে কোষ্টা ৰিকালৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কোষ্টা ৰিকাৰ…

বৃদ্ধি পাব সোণৰ মূল্য

পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ, আৰু অন্যান্য বহুমূলীয়া…

মুখ্যমন্ত্ৰীৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত…

প্ৰধান মন্ত্রীৰ বৃহৎ সিদ্ধান্ত

উপদেশতকৈ আৰ্হি শ্ৰেয়, ইন্ধন ৰাহিৰ উদ্দেশ্যে নিজৰ কনভয় সীমিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চৰকাৰী সূত্ৰৰ পৰা শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’পণ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে তেওঁৰ কনভয়ত গাড়ীৰ…

কোন হব কেৰেলাৰ মুখ্যমন্ত্ৰী

এতিয়াও আঁতৰা নাই কেৰালা কংগ্ৰেছৰ জটিলতা ৷ কোন হ’ব কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৷ শেহতীয়া বিধানসভা নিৰ্বাচনত যদিও কংগ্ৰেছ মিত্ৰজোঁটে মুঠ ১৪০ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰিছে তথাপিও…

ইণ্ডিয়া ফাৰ্ষ্ট লাইফ গোল্ড প্লাছ প্লেন মুকলি কৰিছে

ইণ্ডিয়া ফাৰ্ষ্ট লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে দীৰ্ঘম্যাদী সঞ্চয়, নিশ্চিত আয় আৰু ১০০ বছৰ বয়সলৈকে জীৱনৰ সুৰক্ষা বিচৰা গ্ৰাহকৰ লক্ষ্যৰে ইণ্ডিয়া ফাৰ্ষ্ট লাইফ গোল্ড প্লাছ প্লেন মুকলি কৰিছে, যি হৈছে এক…

দায়িত্ব গ্ৰহণৰ পিছতেই সক্ৰিয় নতুন অসম চৰকাৰ, আজি প্ৰথম কেবিনেট সভা

অসমৰ সামগ্ৰিক বিকাশ আৰু সুৰক্ষাৰ লক্ষ্যৰে নৱগঠিত চৰকাৰে আজিৰে পৰাই আৰম্ভ কৰিব প্ৰশাসনিক কাম-কাজ। ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ…