মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়…অসম-অসমীয়া আৰু ভাৰতীয় যাতে অসমৰ চাৰিসীমাৰ ভিতৰত সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেইটো হৈছে আমাৰ দায়িত্ব ।’’ -মুখ্যমন্ত্ৰী ৷ Share this:FacebookX Related Post navigation প্ৰধান মন্ত্রীৰ বৃহৎ সিদ্ধান্ত বৃদ্ধি পাব সোণৰ মূল্য