Category: Business

৭০% চিকিৎসকে কয় যে অবৈধ মহৰ অগৰবট্টি ডেংগু সৃষ্টিকাৰী মহৰ দৰেই ক্ষতিকাৰক

১৬ মে’ৰ ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ পূৰ্বে প্ৰকাশ পোৱা এক নতুন জনস্বাস্থ্য অধ্যয়ন প্ৰতিবেদন অনুসৰি ভাৰতীয় পৰিয়ালত ব্যৱহৃত অবৈধ মহ প্ৰতিৰোধী অগৰবট্টিয়ে ডেংগু আৰু মেলেৰিয়াৰ দৰে মহজনিত ৰোগতকৈ তাৎক্ষণিক স্বাস্থ্যৰ বাবে…

২০২৫-২৬ বিত্তীয় বৰ্ষত ৰাজহ ৩০% বৃদ্ধি আৰু পৰিচালনা পিবিটিত ৪০% বৃদ্ধিৰে টিভিএছ মটৰৰ অভিলেখ

টিভিএছ মটৰ কোম্পানীয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৰাজহ ৩০ শতাংশ বৃদ্ধিৰ কথা সদৰি কৰিছে, প্ৰতিষ্ঠানটোৰ মটৰ চাইকেল, স্কুটাৰ আৰু ইলেক্ট্ৰিক বাহনৰ বিক্ৰী শক্তিশালী বৃদ্ধিৰ ফলত বাৰ্ষিক বিক্ৰী আৰু ৰাজহৰ পৰিসংখ্যা এইপৰ্যন্ত…

চনী ইণ্ডিয়াই আজি ব্ৰাভিয়া ৩II মুকলি কৰাৰ কথা ঘোষণা কৰিছে

চনীয়ে ভাৰতত নিজৰ নতুন ব্ৰেভিয়া ৩II টেলিভিছন ছিৰিজ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত নিজৰ মিড প্ৰিমিয়াম স্মাৰ্ট টিভি সূচীত উন্নত এআই-চালিত ছবি প্ৰচেছিং আৰু পৰৱৰ্তী প্ৰজন্মৰ গেমিং বৈশিষ্ট্যসমূহ সন্নিৱিষ্ট…

দেৱজিৎ ল’ন শইকীয়াক পুনৰ দায়িত্ব, মহাধিবক্তা পদৰ ম্যাদ বৃদ্ধি অসম চৰকাৰৰ

অসম চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ ৫ বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে দেৱজিৎ লন শইকীয়াক। বৃহস্পতিবাৰে শপত গ্ৰহণৰ পাছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী…

চিবিআইৰ ভুলৰ সুযোগত মুক্তি লাভ দীপাংকৰ বৰ্মনৰ, পুনৰ চৰ্চাত মহাপ্ৰৱঞ্চনা কাণ্ড

চিবিআইৰ গুৰুতৰ ভুলৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মহাপ্ৰৱঞ্চকজনৰ জামিন আৱেদন মঞ্জুৰ কৰে। তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰৰ পূৰ্বে অভিযুক্তক কোনো জাননী…

কেৰালাৰ নতুন মুখ্যমন্ত্ৰী কোন? বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে ৰাজনৈতিক উত্তেজনা তুঙ্গত

কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই লৈ দিল্লীত তীব্ৰ মন্থন চলিছে কংগ্ৰেছ হাইকামাণ্ডৰ মাজত। দলীয় নেতৃত্ব, কৰ্মী আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰি বৃহস্পতিবাৰে পুৱা ৰাহুল গান্ধীয়ে নিজ…

দেশত চেনিৰ যোগান সুৰক্ষিত ৰাখিবলৈ ৰপ্তানিত নিষেধাজ্ঞা, কেন্দ্ৰৰ নতুন ঘোষণা

দেশৰ বজাৰত চেনিৰ পৰ্যাপ্ত নাটনি ৰোধ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰপ্তানিৰ ওপৰত অহা ৩০ ছেপ্টেম্বৰলৈকে নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক জাননীৰ…

অসমৰ ৰাজ্যপালৰ বিশেষ পদক্ষেপ: খৰচ কমাবলৈ কনভয়ত বাহন সংখ্যা হ্ৰাস

দেশৰ ইন্ধন সংৰক্ষণ আৰু মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজৰ চৰকাৰী কনভয়ৰ…

ড্ৰাগছ বিৰোধী অভিযানত গোৱালপাৰা আৰক্ষীৰ সফলতা, ৮৬ গ্ৰাম হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত থকা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে বুধবাৰৰ সন্ধিয়া গোৱালপাৰাৰ কৃষ্ণাইত ৮৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। এই অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ…

মানহানিৰ গোচৰক লৈ ক্ৰাইম ব্ৰান্সৰ জেৰাৰ সন্মুখীন কংগ্ৰেছ নেতা পৱন খেড়া

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিদেশী পাছপৰ্ট তথা বিদেশী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া। এই অভিযোগৰ তদন্তৰ…