Assam দিহিং পাটকাইত বাঘ: ZSI ৰ কেমেৰা-ট্ৰেপে উপস্থিতি নিশ্চিত কৰিলে August 19, 2026 Tarali পৰিবেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ১৯ আগষ্টত কয় যে অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এটা পুৰুষ বাঘ কেমেৰা-ট্ৰেপত ধৰা পৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বৰ্ষাৰণ্য পৰিৱেশত বৃহৎ বন্যপ্ৰাণীটোৰ উপস্থিতি…
Assam অসমত SOIMUN 2026 উদ্বোধন: নেতৃত্ব গঢ়িবলৈ ১৫০ গৰাকী যুৱ প্ৰতিনিধিৰ মডেল ৰাষ্ট্ৰসংঘত অংশগ্ৰহণ August 19, 2026 Tarali স্কোৱাৰ ৱান ইণ্টাৰনেচনেল মডেল ৰাষ্ট্ৰসংঘৰ (SOIMUN) ২০২৬ চনৰ উদ্বোধনী অনুষ্ঠান অসমত অনুষ্ঠিত হয়। যুৱক-যুৱতীসকলক ৰাজহুৱা কূটনীতি, নেতৃত্ব আৰু নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰোৱাই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য। দেশৰ বিভিন্ন…
Assam ব্ৰহ্মপুত্ৰৰ বুকুত এনডিআৰএফৰ শ্বাসৰুদ্ধকৰ অভিযান! জীৱন্তে উদ্ধাৰ মহিলা August 19, 2026 Tarali এক শ্বাসৰুদ্ধকৰ অভিযানেৰে ব্ৰহ্মপুত্ৰৰ উত্তাল জলৰাশিত উটি যোৱা এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (এনডিআৰএফ) জোৱান। ‘গেটৱে’ অৱ গুৱাহাটী’ৰ সমীপত ফেৰীৰ পৰা হঠাতে নদীৰ গভীৰ পানীত…
Assam Latest News কাৰ্বি আংলংত কৃষি, জলসিঞ্চন আঁচনিৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই; আন্তঃগাঁথনি পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰৰ আহ্বান August 19, 2026 Tarali কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি বুধবাৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই তাৰালাংছোত এক বিস্তৃত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত কা এ এ চিৰ…
Assam শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ August 19, 2026 Paromita শিৱসাগৰত যদি কোনোবাই অবৈধ কয়লা খনন হোৱা বুলি দাবী কৰে, তেন্তে মোক ভৌগোলিক অৱস্থানসহ আলোকচিত্ৰ প্ৰেৰণ কৰক, মই তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। – বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সংবাদ মাধ্যমৰ সন্মুখত…
Assam দৰা-কইনাসহ একেটা মণ্ডপতে উপস্থিত চাৰিজোৰ যমজ! ব্যতিক্ৰমী বিবাহৰ সাক্ষী হৈ ৰ’ল কেৰালা August 19, 2026 Paromita একেখন বিবাহ মণ্ডপত একেলগে চাৰিযোৰ যমজৰ উপস্থিতিৰে সৃষ্টি হ’ল এক বিৰল আৰু আশ্চৰ্যকৰ দৃশ্য। দৰা-কইনাৰ পৰা ধৰি বিবাহৰ ধৰ্মীয় বিধি সম্পন্ন কৰা পাদ্ৰী আৰু সহযোগী সকলোৱেই যমজ হোৱা এই অভিনৱ…
Assam ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ মুকলিৰ পূৰ্বে বাধ্যতামূলক ট্ৰায়েল ৰাণঃ কেবিনেটৰ নতুন নীতি August 19, 2026 Paromita নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’সমূহ আনুষ্ঠানিক উদ্বোধনৰ পাছতেই খহি পৰা, গাঁতৰ সৃষ্টি হোৱা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু…
Assam মেঘালয়ত প্ৰত্যাহাৰ ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা August 19, 2026 Paromita তিনিদিন পূৰ্বে জাৰি কৰা অন্তৱৰ্তীকালীন নিৰ্দেশনা প্ৰত্যাহাৰ কৰি জনপ্ৰিয় ‘ষ্টিং এনাৰ্জী ড্ৰিংক’ৰ বিক্ৰী আৰু বিতৰণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই লৈছে মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ে। এজন ছাত্ৰৰ মৃত্যুক লৈ…
Assam ৰে’লপথত হাতীৰ জাক! সতৰ্কতাৰ বাবে সুৰক্ষিতভাৱে ৰখাই দিয়া হ’ল ৰাজধানী এক্সপ্ৰেছ August 19, 2026 Paromita এক সম্ভাৱ্য ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটা বিশাল বন্যহস্তীৰ জাক। ৰে’ল কৰ্তৃপক্ষ আৰু বন বিভাগৰ সতৰ্কতামূলক পদক্ষেপৰ বাবে দ্ৰুতবেগী ৰে’লৰ খুন্দাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে হাতীৰ জাকটো। হোজাই…
Assam খোৰাঘাটত ONGC ৰ নতুন গেছ কেন্দ্ৰ আৰম্ভ: উত্তৰ-পূৱত শক্তিৰ উপলব্ধতা বৃদ্ধি August 18, 2026 Tarali মঙলবাৰে অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন লিমিটেড (ONGC) এ অসমৰ গোলাঘাট জিলাৰ খোৰাঘাট GGS-1 ত গেছ নিষ্কাষণৰ সুবিধা আৰম্ভ কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৱৰ প্ৰাকৃতিক গেছৰ উপলব্ধতা বৃদ্ধি আৰু অঞ্চলটোৰ শক্তি…