Category: Assam

অসমৰ যোৰহাটত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰী গ্ৰেপ্তাৰ

অসমৰ যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলৰ পৰা যোৰহাট বন সংমণ্ডলৰ এক বিশেষ অভিযানত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত বন বিষয়াসকলে বৰলুইতৰ ঘন অৰণ্যত…

ৰেলৱে সুৰক্ষা বাহিনীৰ তিনিদিনীয়া অভিযানত আঠটি শিশু উদ্ধাৰ, চাৰিজনক আটক ২.০৮ কোটিৰ সামগ্ৰী জব্দ

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে চলোৱা অভিযানত ৰঙিয়া, নিউ বঙাইগাঁও, কাটিহাৰ, নিউ জলপাইগুড়ী আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনত মুঠ আঠটি শিশুক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা শিশুসকলৰ…

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত অসমৰ ক্ৰিকেটাৰ জিন্তিমণি কলিতা নিৰ্বাচিত

আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ জিন্তিমণি কলিতাই। সোঁহতীয়া মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীয়া বেটাৰ জিন্তিমণিৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় দলত এই নিৰ্বাচন…

মৌচুমী বায়ুৰ আগমনৰ সময় চিনাক্ত কৰিবলৈ আইআইটি মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গৱেষণা

এটা নিৰ্দিষ্ট স্থানত প্ৰকৃততে মৌচুমী বায়ুৰ আগমন কেতিয়া হয়? আইআইটি মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা ‘জলবায়ু-নেটৱৰ্ক’ (climate-network) পদ্ধতি বিকশিত কৰিছে যিয়ে এটা হ্ৰস্বম্যাদী স্থানীয় বৰষুণ আৰু বৃহৎ পৰিসৰৰ ধাৰাবাহিক…

বলীউডৰ ‘ৰামায়ণ’ত বৰপেটাৰ বেত শিল্পৰ চমক; জয়নালে বনোৱা কৱচ পিন্ধিলে ৰণবীৰ, ৰবিয়ে

বলীউডৰ বহুচৰ্চিত পৌৰাণিক ছবি ‘ৰামায়ণঃ পাৰ্ট ১’ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ পৰম্পৰাগত বেত শিল্প। পৰিচালক নীতিশ তিৱাৰীৰ এই ছবিখনৰ দুই মূল অভিনেতা ৰণবীৰ কাপুৰ আৰু ৰবি ডুবেৰ বাবে…

বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ভাৰতীয় গোৰ্খা পৰিসংঘৰ ২.৩৪ লাখ টকাৰ অনুদান

বৃহস্পতিবাৰে অসম সচিবালয়ত ভাৰতীয় গোৰ্খা পৰিসংঘৰ (BGP) অসম ৰাজ্যিক সমিতিৰ এটা সঁজাতী দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই বৈঠকত ২০০৬ চনৰ অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন…

‘হৃদয় ভূচিত্ৰ – এ মেপ অৱ হাৰ্ট’ৰ আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ; জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত

ড° মুকুল কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘হৃদয় ভূচিত্ৰ – এ মেপ অৱ হাৰ্ট’ অহা ৮ৰ পৰা ১২ জানুৱাৰীলৈ জয়পুৰত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত…

লোক নিৰ্মাণ বিভাগৰ সচিব দেৱজিৎ দাসলৈ নতুন দায়িত্ব

অসম চৰকাৰৰ পাৰ্চনেল বিভাগে ৰাজ্যপাল প্ৰদত্ত এক নিৰ্দেশ যোগে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ সচিব দেৱজিৎ দাসক ৭ নৱেম্বৰত লোক নিৰ্মাণ বিভাগৰ ( পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ) আয়ুক্ত…

অসমৰ বাবে গৌৰৱৰ ক্ষণ: ৰাষ্ট্ৰীয় চলচ্চিত্ৰত স্থান পালে থলুৱা হস্তশিল্পই

আগন্তুক মহাকাব্যিক ছবি ‘ৰামায়ণ’ৰ সাজ-সজ্জা ডিজাইনত অৱদান আগবঢ়াই অসমৰ চহকী হস্তশিল্প পৰম্পৰাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। প্ৰখ্যাত সাজ-সজ্জা ডিজাইনাৰ অজয় কুমাৰে তেওঁৰ দলৰ সৈতে অসম ভ্ৰমণ কৰি সৰ্পত বেত, মৰাপাট…

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি প্ৰতিবাদ

বিদ্যুতৰ মাচুল বৃদ্ধি বিৰুদ্ধে সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত আছুৰ । চৰকাৰ আৰু শক্তি বিভাগৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে ৰাজ্যৰ…