Category: Assam

মহানগৰীত অগ্নিকাণ্ড

মহানগৰীৰ ভঙাগড়ত আজি পুৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত চিটি ধাবা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোখনকে ধৰি ৭ খনকৈ দোকান ক্ষতিগ্ৰস্ত হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটি ধাবা নামৰ…

বংগ নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন; এছআইআৰক লৈ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত এছ ৱাই কুৰেশ্বীৰ বিস্ফোৰক মন্তব্য

এছআইআৰ প্ৰক্ৰিয়াত হোৱা ব্যাপক নাম কৰ্তনক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰি ২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচন আইনীভাৱে বৈধ আছিলনে নাই, তাক লৈ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী…

ভূমি, জনসাধাৰণ আৰু সংস্কৃতিৰ মাজৰ আধ্যাত্মিক সম্পৰ্কক অন্বেষণ কৰিবলৈ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

“পৃথিৱী আমাৰ মাতৃ আৰু আমি তেওঁৰ সন্তান” শীৰ্ষক বিষয়বস্তুৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ‘ছল’ (Sol) নামৰ তিনিদিনীয়া চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই…

মুকলি আকাশৰ তললৈ প্ৰণৱ দলে! আৰোপিত এনএছএৰ গোচৰ খাৰিজ উচ্চ ন্যায়ালয়ৰ

সুদীৰ্ঘ ১১৮ দিনৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ ওলাব জনজাতীয় সংগ্ৰামী নেতা প্ৰণৱ দলে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰণৱ দলেৰ বিৰুদ্ধে চৰকাৰে আৰোপ কৰা এনএছএৰ গোচৰ খাৰিজ কৰি তেওঁৰ আটক…

বিধায়ক ক্ৰয়ৰ চেষ্টাৰ চাঞ্চল্যকৰ অভিযোগ! তামিলনাডুত এআইএডিএমকেৰ প্ৰাক্তন উপ-মেয়ৰ গ্ৰেপ্তাৰ

বিধায়ক ক্ৰয়-বিক্ৰয়ৰ জৰিয়তে চৰকাৰ পতনৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগত তামিলনাডুত গ্ৰেপ্তাৰ হ’ল এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা। শুকুৰবাৰে পুৱা মাদূৰাই নগৰ কেন্দ্ৰীয় অপৰাধ শাখাই (চিচিবি) এআইএডিএমকেৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ-মেয়ৰ পি…

ড্ৰোণ এআই ব্যৱহাৰ কৰি ভাৰতীয় পথৰ যান-জঁটৰ আৰ্হি অধ্যয়ন আইআইটি গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি-জি) গৱেষকসকলে দিল্লীৰ সমীপৰ এটা ঘাইপথৰ পৰা উচ্চ ৰিজ’লিউশ্যনৰ ড্ৰোণ-ভিত্তিক যান-বাহনৰ তথ্য ব্যৱহাৰ কৰি ভাৰতৰ ভিন্নধৰ্মী পথৰ অৱস্থাত যান-জঁটৰ গতিবিধি বিশ্লেষণ আৰু ভৱিষ্যদ্বাণী কৰাত সহায় কৰিব…

আঘোণৰ আগতেই ৰাণীত ধান কটাৰ ধুম হাতীৰ ভয়ত আধা পকা ধানেই কাটিবলৈ বাধ্য কৃষক

আঘোণ মাহ নহয় বনৰীয়া হাতীৰ অধিক উপদ্ৰৱৰ আশংকাত কাতি মাহৰ আধা দিন পাৰ হোৱাৰ পাছতেই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ঠাইবিশেষে এইবেলি কিছু আগতীয়াকৈ…

কেন্দ্ৰীয় সংস্থাৰে লালু যাদৱক উৎপীড়নৰ অভিযোগ; ধীৰেন্দ্ৰ শাস্ত্ৰীকো তীব্ৰ সমালোচনা তেজস্বীৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জৰিয়তে পিতৃ লালু প্ৰসাদ যাদৱক নিৰন্তৰ হাৰাশাস্তি কৰাৰ অভিযোগ তুলি বিজেপি আৰু আৰ এছ এছৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডি-ৰ…

এনকাউণ্টাৰত নিহত শ্বুটাৰজন মূল অভিযুক্ত নহ’বও পাৰে, বৃহৎ চিণ্ডিকেটৰ অংশ হ’ব পাৰে: গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে গুৱাহাটীৰ হোটেল বিলাস ইন গুলীচালনাৰ ঘটনাত নিহত হোৱা ভৰালী পৰিয়ালৰ বৰপেটাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সমবেদনা জনায়।…

হস্তী-মানুহৰ সংঘাত ক্ষতিপূৰণ প্ৰদানৰ সময়সীমা ৭২ ঘণ্টাৰ পৰা ৪৮ ঘণ্টালৈ হ্ৰাস অসম চৰকাৰৰ

হস্তী-মানুহৰ সংঘাতত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্ধাৰিত সময়সীমা ৭২ ঘণ্টাৰ পৰা হ্ৰাস কৰি ৪৮ ঘণ্টা কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। মঙলবাৰে অৰণ্য ভৱনত অনুষ্ঠিত এক বৈঠকত বনমন্ত্ৰী…