Assam কোকৰাঝাৰত ১ ডিচেম্বৰৰ পৰা উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা November 4, 2026 Tarali উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। কিতাপৰ প্ৰচাৰ আৰু পঢ়াৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) আৰু পাব্লিছাৰ্ছ…
Assam ঘনকান্ত গগৈৰ এনকাউণ্টাৰক লৈ কাৰো শোকৰ প্ৰয়াজন নাইঃ অখিল গগৈ November 4, 2026 Paromita ঘাতক ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। হোটেল বিলাস ইনৰ পাঁচজনীয়া নৰসংহাৰ কাণ্ডৰ মূল অভিযুক্ত শিৱসাগৰত আৰক্ষীৰ গুলীত নিহত হোৱাৰ পিছতে…
Assam ৩২ সমষ্টিত হ’ব ভোটগ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী November 3, 2026 Barnali Ghosh অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি পৰিষদখনৰ ৩২টা সমষ্টিত অহা ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।নিৰ্বাচনী সময়সূচী অনুসৰি, ৩ নৱেম্বৰত…
Assam সীমান্তত চোৰাং ব্যৱসায়ীক আটকক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি! গাঁওবাসীৰ আক্ৰমণত আহত ৩ বি এছ এফ জোৱান November 3, 2026 Paromita চোৰাং ব্যৱসায়ত জড়িত এজন ব্যক্তিক কৰায়ত্ত কৰিবলৈ গৈ স্থানীয় একাংশ ক্ষুব্ধ গাঁওবাসীৰ প্ৰচণ্ড আক্ৰমণৰ বলি হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজনকৈ জোৱান। ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ আশাৰাবাৰী সীমান্ত চকী এলেকাত সংঘটিত এই…
Assam শতাধিক প্ৰতিমা বিসৰ্জনৰ পাছতো চাফা নকৰিলে পৌৰ নিগমে – সাওকুছিত কদৰ্যময় পৰিৱেশ November 2, 2026 Barnali Ghosh বিসৰ্জনৰ ১২ টা দিন উকলি যোৱাৰ পাছতো চাফ চিকুণ নহল লখৰা সাউকুছি বিসৰ্জন ঘাট।আজিও লেতেৰা, কদৰ্যময় পৰিৱেশ সাওকুচি বিসৰ্জন ঘাট। এক প্ৰকাৰে স্তব্ধ হৈ পৰিছে এতিয়া বশিষ্ঠ নৈ।নৈৰ বুকু ভৰি…
Assam গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন November 2, 2026 Tarali উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন ২০২৬ আজি গুৱাহাটীত অনুষ্ঠিত হয়, য’ত কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) জয়ন্ত চৌধুৰী আৰু অসমৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা…
Assam নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত আম আদমি পাৰ্টীত ব্যাপক খহনীয়া! বিজেপিত যোগদান তিনি বিদ্ৰোহী বিধায়কৰ November 2, 2026 Paromita ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে শাসকীয় দলত নামি আহিল প্ৰচণ্ড ৰাজনৈতিক জোকাৰণি। দলীয় নেতৃত্বৰ সৈতে বৃদ্ধি পোৱা সংঘাত আৰু অসন্তুষ্টিৰ ফলশ্ৰুতিত আম আদমি পাৰ্টী ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান…
Assam News বেংগালুৰুত জ্বলা নুডলছক লৈ হোৱা কাজিয়াৰ পিছত অসমৰ ফাষ্ট-ফুড দোকানৰ কৰ্মচাৰীক প্ৰহাৰ November 2, 2026 Tarali বেংগালুৰুৰ ইলেক্ট্ৰনিক চিটিৰ সমীপৰ দোদ্দাথোগুৰুত এটা ফাষ্ট-ফুড দোকানৰ তিনিজন কৰ্মচাৰীক নুডলছৰ জ্বলা সোৱাদক লৈ হোৱা কাজিয়াৰ পিছত এদল লোকে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে বুলি আৰক্ষীয়ে জনাইছে। এই ঘটনা ২৯ অক্টোবৰৰ…
Assam পানীৰ নাটনিৰ পৰা পানীৰ দেউলীয়া অৱস্থালৈ: আইআইটি গুৱাহাটীৰ পূব হিমালয় মঞ্চত বিশেষজ্ঞৰ সকীয়নি November 1, 2026 Tarali বালিপৰা ফাউণ্ডেশ্যন আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি গুৱাহাটী) সহযোগত আয়োজিত ১৪ সংখ্যক পূব হিমালয়ান নেচাৰনমিক্স™️ ফ’ৰাম (EHNF) ২০২৬-ত নীতি নিৰ্ধাৰক, উদ্যোগ নেতা, বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু বহনক্ষমতা বিশেষজ্ঞসকলে পূব…
Assam গুৱাহাটীত বাঁহী বাদক দীপক শৰ্মা ৰ প্ৰথম বাৰ্ষিক স্মৃতি দিৱসউচ্চাংগ সংগীতৰ কৰ্মশালা উপস্থিত পণ্ডিত সমীৰ ৰাও November 1, 2026 Tarali মঘাই মোহন কৃষ্টি সংঘৰ সভাপতি,তথা বিশিষ্ট সমাজকৰ্মী ,সাহিত্যক দিলীপ বৰা, কবি সমাজসেৱী , সৰোজিনী বসুমতাৰী, ক্ৰীড়া সংগঠক বিজুৰাম নুনিছা সমাজ সেৱক কনক চক্ৰৱৰ্তীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ পাছতেই…