Assam কৰ্ণাটকত খৰাং পৰিস্থিতিৰ ভয়াৱহ ৰূপ; প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি তাৎক্ষণিক সাহায্যৰ দাবী মল্লিকাৰ্জুন খাৰ্গেৰ October 3, 2026 Paromita কৰ্ণাটকৰ ভয়াৱহ খৰাং পৰিস্থিতি আৰু কৃষকৰ চৰম দুৰ্দশাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ তৎকালীন হস্তক্ষেপৰ দাবী জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। শুকুৰবাৰে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এই কথা সদৰী কৰি তেওঁ…
Assam গুৱাহাটীত ৰাজ্যপালৰ নেতৃত্বত ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ৰ পষেকজোৰা কাৰ্যসূচীৰ সামৰণি October 2, 2026 Tarali অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত চলি থকা ‘নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা’ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত সামৰণি পৰে। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা এই অভিযানত শ শ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক, এনচিচি…
Assam মিজোৰামত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল বাহন; থিতাতে নিহত তিনি উচ্চপদস্থ চৰকাৰী বিষয়া October 2, 2026 Paromita চৰকাৰী দায়িত্ব পালন কৰি উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে তিনিগৰাকীকৈ উচ্চপদস্থ কেন্দ্ৰীয় তথ্য বিষয়াই। বৃহস্পতিবাৰে বিয়লি মিজোৰামৰ চাটীকৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।…
Assam ভাৰতত মৌচুমী বৃষ্টিপাত হ্ৰাস: পাঁচখন ৰাজ্যত খৰাং ঘোষণা October 1, 2026 Sonakshi Sarkar চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ মৌচুমী ঋতু সামৰণি পৰাৰ পিছত ভাৰতত যোৱা এক দশকৰ ভিতৰত আটাইতকৈ কম বৰষুণ ৰেকৰ্ড কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এজন জ্যেষ্ঠ বিষয়াৰ তথ্য…
Assam ৰাহুল গান্ধীক ২৬/১১ৰ সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা; অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ চাইবাৰ এজাহাৰ October 1, 2026 Paromita দেশৰ গণতান্ত্ৰিক ৰাজনীতিত বিৰোধী নেতাক এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি সামাজিক মাধ্যমত সৃষ্টি কৰা হৈছে এক চৰম বিতৰ্কৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুম্বাই ২৬/১১ আক্ৰমণৰ ফাঁচী প্ৰাপ্ত পাকিস্তানী…
Assam মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী; প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এনচিপিআইৰ October 1, 2026 Paromita দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত এক আনুষ্ঠানিক দাবী উত্থাপন কৰিছে নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়াই (এনচিপিআই)।…
Assam এখন গাঁৱত ৫০ৰো অধিক পুৰুষক বিহ দি হত্যা নিজ পত্নীৰ! বিশ্ব কঁপোৱা ‘এঞ্জেল মেকাৰ্ছ’ কাণ্ডৰ আঁৰৰ কাৰণ কি? October 1, 2026 Paromita এনে এখন গাঁও, য’ত নিজৰ পত্নীয়েই বিষ দি হত্যা কৰিছিল স্বামীক। এজন-দুজন নহয়, গাঁওখনৰ ৫০ জনৰো অধিক পুৰুষক একেই পদ্ধতিৰে হত্যা কৰিছিল তেওঁলোকৰ নিজ নিজ পত্নীয়ে। কুৰি শতিকাৰ আৰম্ভণিতে ইউৰোপৰ…
Assam ছুৰীকাঘাতৰ পিছতো ককপিটৰ দুৱাৰ খুলি ১৮০ যাত্ৰীৰ প্ৰাণ ৰক্ষা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ; ভূয়সী প্ৰশংসা নেতান্যাহু আৰু ট্ৰাম্পৰ October 1, 2026 Paromita অসহ্য যন্ত্ৰণাৰ মাজতো ১৮০ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা কৰি আজি বিশ্বজুৰি চৰ্চিত হৈ পৰিছে এগৰাকী ভাৰতীয় মূলৰ পাইলট। অতি শেহতীয়াকৈ ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখী ‘ফ্লাইডুবাই’ বিমানত সংঘটিত…
Assam কনভয়ৰ বাবে এম্বুলেন্স ৰখাই দিয়া কাণ্ডত ৰোগী আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ; চাৰিজন আৰক্ষীক তাৎক্ষণিক নিলম্বন October 1, 2026 Paromita জৰুৰী চিকিৎসাৰ প্ৰয়োজনত থকা এখন এম্বুলেন্স ভিআইপি কনভয়ৰ বাবে ৰখাই দিয়াৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিলচৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক অগ্ৰাধিকাৰ দিবলৈ গৈ এখন এম্বুলেন্স আবদ্ধ…
Assam এছিয়ান গেমছৰ ফাইনেলত লাভলীনা বৰগোহাঁই; বিশ্ব চেম্পিয়নক হৰুৱাই নিশ্চিত কৰিলে ৰূপৰ পদক September 30, 2026 Paromita পুনৰ এবাৰ বিশ্বৰ মঞ্চত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। জাপানৰ আইচিত চলি থকা বিংশতিতম এছিয়ান গেমছত আজি ভাৰতীয় বক্সাৰগৰাকীয়ে কাজাখস্তানৰ নাটালিয়া বগদানোভাক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ওজন শাখাৰ…