Category: Assam

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ…

অন্য দুই আয়ুক্তক উপেক্ষাৰ অভিযোগ; মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপ সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠান নিৰ্বাচন আয়োগক লৈ উত্থাপিত অভিযোগে সমগ্ৰ দেশজুৰি অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰে আন দুই আয়ুক্তক অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণৰ অভিযোগক লৈ…

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণৰক্ষা; বিশ্বজুৰি বন্দিত ভাৰতীয় পাইলট স্মিত মাচ্চাৰলৈ ম্যানকাইণ্ড ফাৰ্মাৰ এক কোটি টকাৰ পুৰস্কাৰ

মধ্য আকাশত যাত্ৰীবাহী বিমানত সংঘটিত ভয়ংকৰ আক্ৰমণৰ মাজতো অসীম সাহসিকতাৰে ১৭৪ গৰাকী লোকৰ জীৱন ৰক্ষা কৰা ভাৰতীয় কেপ্টেইন স্মিত মাচ্চাৰক লৈ এতিয়া বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। ডুবাইৰ পৰা ইজৰাইলৰ তেল…

চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ

জাপানৰ মাটিত ভাৰতীয় ক্ৰীড়া ইতিহাসত সংযোজিত হ’ল আন এক সোণালী অধ্যায়। আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত পৰাক্ৰমী চীনক একমাত্ৰ গ’লৰ ব্যৱধানত ধৰাশায়ী কৰি সোণৰ পদক আঁজুৰি আনিলে ভাৰতীয়…

দিল্লীত কৰ্তব্যৰত তিনি মহিলা সাংবাদিকক যৌন নিগ্ৰহৰ গুৰুতৰ অভিযোগ; এচিপিৰ বিৰুদ্ধে থানা ঘেৰাও কৰি প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। বিগত তিনি দিন ধৰি ৰাজধানীত অব্যাহত আছে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে পুনৰ এবাৰ বিতৰ্কৰ মাজত…

গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬ অনুষ্ঠিত

দেওবাৰে গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ ‘চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬’ (SIM-26) অনুষ্ঠিত হৈ যায়। শাৰীৰিক সক্ষমতা, বীৰত্ব আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এই বিশেষ অনুষ্ঠানটোত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ দৌৰ অনুৰাগী, বায়ু সেনাৰ…

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকত বহিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ; বাতিল হ’ল প্ৰস্তাৱিত আলোচনা

সংবিধানৰ সম্ভাব্য ন্যায়িক পৰ্যালোচনাৰ যুক্তি দাঙি ধৰি উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ বিষয়ক সংসদীয় যৌথ সমিতিৰ সৈতে হ’বলগীয়া এক প্ৰস্তাৱিত বৈঠক। অহা ৬ অক্টোবৰত ভাৰতৰ মুখ্য ন্যায়াধীশ…

পিএমঅ’ৰ ভুৱা বিষয়াৰূপে নবান্নত মন্ত্ৰীৰ সৈতে বৈঠক; দিল্লীৰ পৰা মহিলাক গ্ৰেপ্তাৰ হাওৰা আৰক্ষীৰ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ ভুৱা পৰিচয় দি পশ্চিম বংগৰ ৰাজ্যিক সচিবালয় ‘নবান্ন’ত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যৰ এজন মন্ত্ৰীক সাক্ষাৎ কৰা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এই কাণ্ডৰ মূল অভিযুক্ত…

দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; আজিৰ পৰা আৰম্ভ জীপ ছাফাৰী

প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী অনুৰাগীসকলৰ বাবে সুখবৰ। আজিৰে পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে দেশী-বিদেশী পৰ্যটকৰ বাবে দ্বাৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলত…

মুখ্যমন্ত্ৰীৰ চকু কাঢ়ি লোৱাৰ ভাবুকি বদৰুদ্দিন আজমলৰ; কংগ্ৰেছৰ নিৰ্বাচনী সভাত ক’লা পতাকা প্ৰদৰ্শন, উত্তাল ৰূপহীহাট

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে নগাঁৱৰ ৰাজনৈতিক বতাহ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু উত্তপ্ত পৰিস্থিতি।…