Business বিত্তীয় বৰ্ষৰ প্ৰথম ১০ মাহত ৰেন’ ইণ্ডিয়াৰ বিক্ৰী ৩১% বৃদ্ধি, অতিক্ৰম কৰিলে ২০২৫ চনৰ সমগ্ৰ বছৰটোৰ বিক্ৰীৰ সংখ্যাক November 3, 2026 Business Bureau ৰেন’ ইণ্ডিয়াই ২০২৬ৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহৰ সময়ছোৱাত দেশত ৩৯,৯৫৫খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত বিক্ৰী হোৱা ৩০,৫৫৮খন বাহনৰ তুলনাত এইবেলি ৩১ শতাংশ বাৰ্ষিক বৃদ্ধি…
Business মানকাচৰত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান, নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী November 3, 2026 Dipshikha মানকাচৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত নিচাজাতীয় টেবলেটসহ আটক এজন যুৱক। মানকাচৰৰ ২ নং পূবেৰ গাঁৱত আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানৰ সময়ত হাছিবুল ইছলাম নামৰ যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় নিচাজাতীয়…
Business আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়ান তাৰকা গ্লেন মেক্সৱেলে November 3, 2026 Dipshikha আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে। দীৰ্ঘদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ অন্ত পেলাই অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটাৰগৰাকীয়ে। বেটিং আৰু বলিং—দুয়োটা বিভাগতে নিজৰ দক্ষতাৰ পৰিচয় দিয়া…
Business দক্ষিণ ভাৰতত ঘূৰ্ণি ‘মুৰাছু’ৰ বিধ্বংসী ৰূপ November 3, 2026 Dipshikha দক্ষিণ ভাৰতত ঘূৰ্ণি ‘মুৰাছু’ৰ বিধ্বংসী ৰূপ। ঘূৰ্ণিবতাহৰ প্ৰভাৱত অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। প্ৰবল বতাহ আৰু বৃষ্টিপাতৰ আশংকাই চিন্তিত কৰি তুলিছে জনসাধাৰণক। ঘূৰ্ণি ‘মুৰাছু’ৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত বতৰ…
Business জলদস্যুৰ কবলৰ পৰা জাহাজ উদ্ধাৰ ভাৰতীয় নৌসেনাৰ, সুৰক্ষিত ২০জন ক্ৰু সদস্য November 3, 2026 Dipshikha জলদস্যুৰ কবলৰ পৰা হাইজেক কৰা জাহাজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় নৌসেনা। অভিযান চলাই জাহাজখনৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ২০জনকৈ ক্ৰু সদস্যক। উদ্ধাৰ অভিযানৰ সময়ত জাহাজখনৰ পৰা জব্দ কৰা…
Latest বিদ্যুৎস্পৃষ্ট হৈ ৮ শ্ৰমিকৰ কৰুণ মৃত্যু! পথ নিৰ্মাণৰ সময়তে মিক্সাৰ মেচিনত লাগিল হাইটেনচন তাঁৰ November 2, 2026 Tarali পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ প্ৰধান পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি থিতাতে প্ৰাণ হেৰুৱালে কমেও আঠজনকৈ নিৰ্মাণ শ্ৰমিকে। এই শোকাৱহ দুৰ্ঘটনাত আন পাঁচজন শ্ৰমিক গুৰুতৰভাৱে আহত…
Assam শতাধিক প্ৰতিমা বিসৰ্জনৰ পাছতো চাফা নকৰিলে পৌৰ নিগমে – সাওকুছিত কদৰ্যময় পৰিৱেশ November 2, 2026 Barnali Ghosh বিসৰ্জনৰ ১২ টা দিন উকলি যোৱাৰ পাছতো চাফ চিকুণ নহল লখৰা সাউকুছি বিসৰ্জন ঘাট।আজিও লেতেৰা, কদৰ্যময় পৰিৱেশ সাওকুচি বিসৰ্জন ঘাট। এক প্ৰকাৰে স্তব্ধ হৈ পৰিছে এতিয়া বশিষ্ঠ নৈ।নৈৰ বুকু ভৰি…
Assam গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন November 2, 2026 Tarali উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন ২০২৬ আজি গুৱাহাটীত অনুষ্ঠিত হয়, য’ত কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) জয়ন্ত চৌধুৰী আৰু অসমৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা…
Assam নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত আম আদমি পাৰ্টীত ব্যাপক খহনীয়া! বিজেপিত যোগদান তিনি বিদ্ৰোহী বিধায়কৰ November 2, 2026 Paromita ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে শাসকীয় দলত নামি আহিল প্ৰচণ্ড ৰাজনৈতিক জোকাৰণি। দলীয় নেতৃত্বৰ সৈতে বৃদ্ধি পোৱা সংঘাত আৰু অসন্তুষ্টিৰ ফলশ্ৰুতিত আম আদমি পাৰ্টী ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান…
Business আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত উজলিল অসম সন্তান অংকুশিতা বড়ো, অৰ্জন কৰিলে স্বৰ্ণ পদক November 2, 2026 Dipshikha পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত উজলি উঠিল অসম। ফিনলেণ্ডৰ টেম্পেয়াৰত অনুষ্ঠিত ৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টাম্মেৰ বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান বক্সাৰ…