Month: November 2026

বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ গ’ল ১৫ জনৰ

মণিপুৰৰ চান্দেল জিলাৰ চাকপি কাৰোঙত স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা পান কৰাৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ বিষাক্ত সুৰা সেৱনৰ ফলতে ১৫ জন লোকৰ মৃত্যু…

ৰাছিয়াৰ হৈ যুদ্ধক্ষেত্ৰত অসমৰ এগৰাকী যুৱক

চাকৰি বিচাৰি অসমৰ পৰা বিদেশলৈ যোৱা যুৱকগৰাকী ৰাছিয়ান সেনাৰ পোছাকত দেখি এতিয়া হাঁহাকাৰ লাগিছে পৰিয়ালৰ মাজত।কাছাৰ জিলাৰ সোণাইত ঘৰ যুৱকগৰাকীৰ। নাম হৈছে আব্দুল মুক্তাদিৰ লস্কৰ। সকলোৱে মুন্না বুলিয়েই মাতে আব্দুলক।…

বংগোপ সাগৰত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে প্ৰচণ্ড ঘূৰ্ণি ‘আকৱান

বংগোপ সাগৰত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে প্ৰচণ্ড ঘূৰ্ণি ‘আকৱান’। উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ উপকূলৰ দিশে আগবাঢ়িছে এই ঘূৰ্ণিবতাহ। সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দুয়োখন ৰাজ্যতে যুদ্ধকালীন তৎপৰতা আৰম্ভ…

পঞ্চায়তীৰাজ নিৰ্বাচনত বিজেপিৰ মোক্ষম আঘাত

ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসকীয় ভাৰতীয় জনতা পাৰ্টীক শোচনীয়ভাৱে পৰাস্ত কৰি কংগ্ৰেছে বৃহৎ সাফল্য অৰ্জন কৰিছে । শুকুৰবাৰে অনুষ্ঠিত ভোটগণনাত প্ৰকাশ পোৱা জিলাভিত্তিক ফলাফল আৰু অগ্ৰগতি অনুসৰি ৰাজ্যখনৰ ৩৭ খন…

NEHARI, ব্ৰহ্মপুত্ৰ ব’ৰ্ডে জলচাপ গৱেষণা আৰু নদী ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ CWPRS, পুনেৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

উত্তৰ-পূৰ্বাঞ্চলৰ জলচাপ আৰু সংশ্লিষ্ট গৱেষণা প্ৰতিষ্ঠান (NEHARI), ব্ৰহ্মপুত্ৰ ব’ৰ্ড, গুৱাহাটী আৰু কেন্দ্ৰীয় জল আৰু বিদ্যুৎ গৱেষণা কেন্দ্ৰ (CWPRS), পুনেই বৃহস্পতিবাৰে জলচাপ গৱেষণা, নদী অভিযান্ত্ৰিকী আৰু জলসম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰাতিষ্ঠানিক সহযোগিতা…

শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে নীলা আলোকেৰে উজলিল আৰক্ষী মুখ্য কাৰ্যালয়সহ ৰাজ্যৰ সকলো থানা

শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিশ্বজুৰি গ্ৰহণ কৰা প্ৰতীকী পদক্ষেপ “গ’ ব্লু (Go blue)” অভিযানৰ সৈতে সংগতি ৰাখি আজি ২০ নৱেম্বৰ, বিশ্ব শিশু দিৱস উপলক্ষে অসম আৰক্ষীৰ বিভিন্ন কাৰ্যালয় নীলাভ…

হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত নতুন ক্ষুদ্ৰ মথ প্ৰজাতিৰ সন্ধান

অসমৰ প্ৰাকৃতিক সম্পদে পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে। প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আনন্দৰ খবৰ । হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ হৈছে এবিধ নতুন ক্ষুদ্ৰ মথ প্ৰজাতি। এই কথা মুখ্যমন্ত্ৰী…

ৰেন’ল্ট গ্ৰুপক বিনিয়োগ সম্প্ৰসাৰণ কৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আহ্বান, চৰকাৰৰ তৰফৰ পৰা সহযোগিতাৰ আশ্বাস

গুৱাহাটী: তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. যোচেফ বিজয়ে বুধবাৰে ৰেন’ল্ট গ্ৰুপক ৰাজ্যখনত বিনিয়োগ বৃদ্ধি কৰিবলৈ আহ্বান জনায় আৰু বিশ্বখ্যাত অট’ম’বাইল নিৰ্মাতা প্ৰতিষ্ঠানটোক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস…

টেষ্ট ক্ৰিকেটত অভিলেখ গঢ়িলে কে এল ৰাহুলে

ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অপেনাৰ কে এল ৰাহুলে এক বিশেষ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। চাৰিওখন চেন দেশ (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া)ত ৫০ বা ততোধিক ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী…

দ্বিতীয় টেষ্টত শ্ৰীলংকাক পৰাস্তৰে পাকিস্তানৰ শৃংখলা দখল

ৰাৱালপিণ্ডি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত শ্ৰীলংকাক ৮ উইকেটত পৰাস্ত কৰি পাকিস্তানে দুখন মেচৰ টেষ্ট শৃংখলাটো ১-০ ব্যৱধানত দখল কৰিছে। চতুৰ্থ দিনাৰ পুৱাই পাকিস্তানে এই গুৰুত্বপূৰ্ণ জয় সাব্যস্ত…