Business প্ৰদূষণ ৰোধৰ লক্ষ্যৰে গুৰুগ্ৰামত নেচলে ইণ্ডিয়াৰ ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ক্লিন কৰিডৰ মুকলি November 20, 2026 Business Bureau নেচলে ইণ্ডিয়াই শীতকালৰ আগমনৰ লগে লগে দিল্লী-এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণৰ মাত্ৰা উদ্বেগজনকভাৱে বৃদ্ধিৰ মাজতে গুৰুগ্ৰামত এক বিশেষ পৰিৱেশ অনুকূল পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীটোৱে গুৰুগ্ৰামৰ এম্পিয়েন্স মল আৰু ৰাজীৱ চ’কৰ মাজৰ…
Assam আৰণ্যকে অসম, মেঘালয়, নাগালেণ্ডৰ বনৰক্ষীৰ বাবে হোলোঙী বান্দৰ সংৰক্ষণ প্ৰশিক্ষণৰ আয়োজন কৰে November 20, 2026 Tarali উত্তৰ-পূব ভাৰতত হোলোঙী বান্দৰ সংৰক্ষণ শক্তিশালী কৰাৰ এক সমন্বিত প্ৰচেষ্টাৰ অংশ হিচাপে বন্যপ্ৰাণী সংৰক্ষণ সংস্থা আৰণ্যকে অসম, মেঘালয় আৰু নাগালেণ্ডৰ বনৰক্ষীসকলৰ বাবে এটা সপ্তাহজোৰা আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। অসম…
Assam ওড়িশা উপকূলৰ দিশে তীব্ৰবেগী ঘূৰ্ণীবতাহ ‘আকভান’! সুৰক্ষিত স্থানলৈ ৩ লাখ লোকক স্থানান্তৰ, ৬৯খন ৰে’ল বাতিল November 20, 2026 Paromita ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে ওড়িশা উপকূলৰ দিশে ক্ৰমাৎ অগ্ৰসৰ হৈছে সামুদ্ৰিক ঘূৰ্ণীবতাহ ‘আকভান’। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শুকুৰবাৰে দুপৰীয়া বা আবেলিৰ ভাগত পুৰী আৰু গোপালপুৰৰ মাজেৰে…
Assam কংগ্ৰেছ শাসনত থাকিলে ট্ৰাম্প, পুটিন আৰু জিনপিঙৰ সৈতে একেখন মেজতে বহিলহেঁতেন ভাৰতৰ প্ৰধানমন্ত্ৰীঃ ৰাহুল গান্ধী November 20, 2026 Paromita বিশ্বৰ তিনি মহাশক্তিধৰ ৰাষ্ট্ৰৰ মুৰব্বীৰ ত্ৰিপাক্ষিক বৈঠকক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শুকুৰবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে বৰ্তমান কেন্দ্ৰত কংগ্ৰেছ দল…
Assam মিচিং পৰিষদ নিৰ্বাচনৰ পূৰ্বে হিংসাৰ অভিযোগ অসম কংগ্ৰেছৰ; ৰাজ্যিক নিৰ্বাচন আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান November 20, 2026 Tarali অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (APCC) ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰি ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনমুখী অঞ্চলসমূহত দলৰ প্ৰাৰ্থী আৰু সমৰ্থকৰ ওপৰত আক্ৰমণ…
Business ৪৮ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ November 20, 2026 Dipshikha সদৌ নামনি আৰু মধ্য অসম মটৰ মালিক-মটৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে । গুৱাহাটী মহানগৰীত আজি পুৱাৰ ভাগত গাড়ী-মটৰৰ চলাচল প্ৰায়…
Business বাংলাদেশত সষ্টম নিৰাপত্তা বাহিনী November 20, 2026 Dipshikha বাংলাদেশৰ কেইবাটাও স্থানত অগ্নিসংযোগ আৰু হিংসাত্মক কাণ্ড সংঘটিত হোৱাৰ পিছত অহা মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ প্ৰস্তাৱৰ পূৰ্বে সমগ্ৰ বাংলাদেশত নিৰাপত্তাজনিত উদ্বেগ তীব্ৰতৰ হৈ পৰিছে । এই ক্ৰমবৰ্ধমান উত্তেজনাৰ…
Business দিল্লীৰ শ্বাহদৰা অঞ্চলত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা November 20, 2026 Dipshikha দিল্লীৰ শ্বাহদৰা অঞ্চলত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। আম আদমী পাৰ্টি (AAP)ৰ স্থানীয় যুৱ শাখাৰ সভাপতি অভিষেক ধিংগানৰ কাৰ্যালয় লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। প্ৰাথমিক তথ্য অনুসৰি, কাৰ্যালয়টোত মুঠ ৬ জাঁই…
Business বিশ্বৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ৰায়দান November 20, 2026 Dipshikha বিশ্বৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ৰায়দান। ৰোহিংগীয়া জনগোষ্ঠীৰ ওপৰত সংঘটিত গণহত্যাৰ গোচৰত ম্যানমাৰক জগৰীয়া ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় আদালতে। প্ৰায় ৭ বছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত এই ৰায়দানক আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰৰ ক্ষেত্ৰত…
Latest স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক বিবাহ পিছুৱাই দিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰামৰ্শ বিতৰ্কৰ সূত্ৰপাত November 19, 2026 Barnali Ghosh * অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ (AMCH) জেনেৰেল মেডিচিন বিভাগে জাৰি কৰা এক পৰামৰ্শই বিতৰ্কৰ সৃষ্টি কৰিছে। এই পৰামৰ্শত স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকৰ ৰেচিডেন্সি কাৰ্যসূচী সম্পূৰ্ণ নোহোৱালৈকে বিবাহকে ধৰি ব্যক্তিগত জীৱনৰ…