Month: October 2026

দিল্লী কেপিটেলছৰ বেটিং প্ৰশিক্ষক হিচাপে যুৱৰাজ সিঙৰ নিযুক্তি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে আসন্ন আই পি এল ২০২৭ সংস্কৰণৰ বাবে দিল্লী কেপিটেলছ দলৰ সহকাৰী তথা বেটিং প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। বিগত কেইটামান বছৰত কেইবাজনো…

চাঞ্চল্যকৰ! নিজ বাসগৃহৰ সন্মুখত আক্ৰমণৰ চেষ্টা মমতা বেনাৰ্জীক, মহিলাক গ্ৰেপ্তাৰ

দুৰ্গা পূজাৰ উছাহ-উদ্দীপনাৰ মাজতে খোদ নিজৰ বাসগৃহৰ সন্মুখতে আক্ৰমণৰ সন্মুখীন হ’ল তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জী। বুধবাৰে বিয়লি কালীঘাটৰ নিজা বাসভৱনৰ পৰা ওলাই এটা পূজা মণ্ডপ উদ্বোধন কৰিবলৈ যোৱাৰ…

বিহাৰত গংগা নদীত নাও ডুবি ১৩ জন নাবালকৰ মৃত্যু

বিহাৰৰ বৈশালী জিলাৰ ৰাঘোপুৰৰ সমীপত মঙলবাৰৰ মাজনিশা এখন নাও ডুবি ১৩টি নাবালকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ বৈশালী জিলা দণ্ডাধীশ বৰ্ষ সিঙে এই কথা নিশ্চিত কৰিছে…

পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ

যন্তৰ মন্তৰত অনাধিকাৰ প্ৰৱেশৰ গোচৰত বুধবাৰে পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷অনুমতি অবিহনে যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ বাবে দণ্ডাধীশে ৰাংকা আৰু দাসক পাঁচ…

ৰঙিয়াত উচ্ছেদ অভিযান

ৰঙিয়াৰ সোঁমাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ’কৰ উৰণীয়া সেতুৰ সমীপত প্ৰশাসনৰ তৰফৰ পৰা এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ…

চোকা অস্ত্ৰৰে মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টাৰ অভিযোগ

মঙলবাৰে নিশা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । তৃণমূলৰ কংগ্ৰেছৰ সাংসদ দোলা সেনে অভিযোগ কৰা অনুসৰি, এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰ লৈ…

৫৭ হাজাৰ পৰিয়ালৰ তালিকা ৰাজহুৱা নকৰাৰ সিদ্ধান্তত অচল আলোচনা, তালিকা চূড়ান্ত বুলি চৰকাৰৰ ঘোষণা

৫৭ হাজাৰ পৰিয়ালৰ তালিকা ৰাজহুৱা কৰাৰ দাবী মানি লোৱা নাই মুখ‍্যমন্ত্ৰীয়ে, আলোচনা অচল, পুনৰ ৰাইজৰ দলে জংগী ৰূপ toলোৱাৰ সম্ভাৱনা উজনি অসমৰ বানপীড়িত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত যোৱা ২ অক্টোবৰৰ পৰা…

আৰবিএছকে ২.০ৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

শিশুৰ সুস্বাস্থ্য, সৰ্বাংগীণ বিকাশ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (RBSK) ২.০ৰ জৰিয়তে শিশু স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে গুৱাহাটীৰ…

চাৰোগাঁৱত জলফাই খেতিৰ পাইলট প্ৰকল্পৰ শুভাৰম্ভ, হামৰেণত পথ-অতিথিশালা উদ্বোধন আৰু নতুন চাৰ্কিট হাউছৰ আধাৰশিলা স্থাপন

পশ্চিম কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বৈচিত্ৰ্যকৰণ, উন্নয়নমূলক কাম-কাজৰ…

পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী

পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী । ষষ্ঠীলৈ মাজত মাথো তিনি দিন । বিমোৰত গুৱাহাটীৰ দুখনকৈ পূজা কমিটি। মহানগৰীৰৰ ছাত্ৰীবাৰী দেৱপূজাস্হানসমিতি আৰু কুমাৰপাৰাৰ নয়নতৰা ক্লাৱৰ ধন লৈ পলায়ন কলকাতাৰ…