Month: October 2026

সোণৰ মহঙা দিনত গ্ৰাহকে প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই

পবিত্ৰ ধনতেৰাছ আৰু দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । এই সময়ছোৱাত গ্ৰাহকে সোণ , ৰূপ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত আপুনি প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত…

পৰিয়াল-কেন্দ্ৰিক বৈদ্যুতিক বাহনৰ প্ৰচাৰৰ জৰিয়তে উৎসৱকালীন ক্ৰেতাসকলক লক্ষ্য কৰি লৈছে টিভিএছ আইকিউবে

টিভিএছ আইকিউবে সমগ্ৰ দেশত ১ মিলিয়নতকৈও অধিক গ্ৰাহকৰ ভেটি গঢ়ি তোলাৰ সময়ছোৱাত ফেষ্টিভ ছিজনৰ বাবে নিজৰ নতুন প্ৰচাৰ অভিযান ইভি য়ানি আইকিউব আৰম্ভ কৰিছে। এই প্ৰচাৰ অভিযানে ভাৰতীয় পৰিয়ালসমূহৰ মাজত…

বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱত সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ – ২০২৬’ উদযাপন কৰা হয় । উল্লেখ্য যে দুদিনীয়া…

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিলে উইণ্ডচৰ ইণ্ডালজ সংস্কৰণ

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ ইলেক্ট্ৰিক বাহনৰ পৰ্টফলিঅ’ত প্ৰিমিয়াম ষ্টাইল আৰু পিছৰ আসনৰ উন্নত আৰামদায়ক ব্যৱস্থা সংযোগ কৰি ১৭,৯৯,৮০০ টকাৰ এক্স-শ্ব’ৰুম মূল্যত এমজি উইণ্ডচৰ ইণ্ডালজ সংস্কৰণ মুকলি কৰিছে।এই বিশেষ সংস্কৰণটোত…

আছুৰ উদ্যোগত মধুপুৰ সত্ৰৰ পুথি ডিজিটেলাইজ

সদৌ অসম ছাত্ৰ সন্থাৰ উদনন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰ্থ সামাজিক ন্যাসৰ সহযোগত মধুপুৰ সত্ৰৰ ঐতিহাসিক পুথি সাঁচিপাত ডিজিটেল সংৰক্ষণ।সত্ৰখনৰ ৪৪ খন পুথি ৩,০৬৫ পৃষ্ঠা সাঁচিপাত আমি…

শাৰদীয় দুৰ্গা পূজাক লৈ গুৱাহাটী মহানগৰ আৰক্ষীৰ কঠোৰ নিৰাপত্তা নিৰ্দেশনা

আগন্তুক শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে সকলো পূজা কমিটিৰ বাবে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মহানগৰীৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু সাধাৰণ ৰাইজৰ সুৰক্ষা…

২৩ অক্টোবৰত ছবি গৃহলৈ আহিব “ৰাইজিং চান”

২৩ অক্টোবৰত ছবি গৃহলৈ আহিব “ৰাইজিং চান” নামৰ অসমীয়া চলচ্চিত্ৰ।‌অসমৰ প্ৰায় ৪০টাকৈ ছবি গৃহত মুকলি পাব ছবি খনে।ৰাজ্যৰ লাখ লাখ দিব্যাংগ লোকৰ সমস্যাক লৈ নিৰ্মাণ কৰা হৈছেRISING SUNৰ। বুধবাৰে বেলতলা…

গীতা নগৰ আৰক্ষী থানাৰ নতুন গৃহ প্ৰৱেশ সম্পন্ন

নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত গীতা নগৰ আৰক্ষী থানাৰ গৃহ প্ৰৱেশ অনুষ্ঠান আজি সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউ গুৱাহাটী সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা।​অনুষ্ঠানত অংশগ্ৰহণ…

আদালতত হাজিৰ অমৃতপ্ৰভা মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত আজি সোঁশৰীৰে ফাষ্ট ট্ৰেক আদালতত হাজিৰ হয় । ইমান দিনে চলি অহা বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত অমৃতপ্ৰভা মহন্তই কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে আদালতত…

টিভিএছ মটৰে যুৱপ্ৰজন্মৰ পছন্দৰ ডিজাইনৰ সৈতে সজাই তুলিছে ৰেডিঅ’ন, ৬৭,১০০ টকা দামৰ পৰা আৰম্ভ

টিভিএছ মটৰ কোম্পানীয়ে ফেষ্টিভ ছিজনৰ পূৰ্বে যুৱ প্ৰজন্মৰ আৰোহীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে মঙলবাৰে কমিউটাৰ মটৰচাইকেল ৰেডিঅ’নৰ এটা নতুন সংস্কৰণ উন্মোচন কৰিছে। ইয়াত উন্নীত কৰা ষ্টাইল, এলইডি লাইটিং আৰু ডাইনেমিক গ্ৰাফিক্স…