Business মিজোৰামৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ সহযোগিতাৰে চিএছআৰ পদক্ষেপৰ প্ৰসাৰ বেংক অব বৰোডাৰ October 16, 2026 Business Bureau বেংক অব বৰোডাই মিজোৰামৰ আইজলৰ মুৱানা ভেঙত থকা থুটাক নুনপুইটু টিম (টিএনটি) কেন্দ্ৰলৈ নিয়মীয়া পাকঘৰৰ প্ৰয়োজন পূৰণ কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি সাহায্যৰ হাত আগবঢ়াইছে।পিছপৰা আৰু সুবিধাবঞ্চিত শ্ৰেণীক সহায়…
Business পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ October 16, 2026 Dipshikha কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে । পেট্ৰ’লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে । বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে ।কেন্দ্ৰীয়…
Business মণিপুৰত সন্দেহজনক NSCN-IMৰ এম্বুশ্বত এগৰাকী মহিলা নিহত October 16, 2026 Dipshikha মণিপুৰৰ কামজং জিলাত বৃহস্পতিবাৰে সন্ধিয়া সন্দেহযুক্ত NSCN-IMৰ কেডাৰে সংঘটিত কৰা এক এম্বুশ্বত এগৰাকী মহিলা নিহত হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আনহাতে, ঘটনাৰ পিছৰে পৰা আন দুজন লোক…
Business পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান October 16, 2026 Dipshikha মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদ অভিযানক লৈ অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।জানিব পৰা মতে, উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক…
Business ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা October 16, 2026 Dipshikha এইবাৰ ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা। ৰামলীলাত ৰাৱণ, কুম্ভকর্ণ আৰু মেঘনাদৰ সৈতে দাহ কৰা হ’ব পইতাচোৰাক।পিতামপুৰাত শ্রীকেশৱ ৰামলীলা কমিটীয়ে আয়োজন কৰা ৰামলীলাত ‘স্বচ্ছ ভাৰত’ আৰু ‘স্বচ্ছ…
Assam ১২৫ চিচি মটৰচাইকেল শ্ৰেণীত ছেগমেণ্টৰ প্ৰথম ট্ৰেকচন কণ্ট্ৰল সংযোজন টিভিএছ ৰাইডাৰৰ October 15, 2026 Paromita টিভিএছ মটৰ কোম্পানীয়ে টিভিএছ ৰাইডাৰ টিএফটি ডিডি আৰু এছএক্সচি ডিডি ভেৰিয়েণ্টত উন্নত সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰি গ্ৰাহকৰ বাবে আগবঢ়াইছে, এই নতুন পৰিসৰত এটা ট্ৰেকচন কণ্ট্ৰল চিষ্টেম (টিচিএছ) অন্তৰ্ভুক্ত আছে, যাক…
Assam খানাপাৰাত ভিএফএছ গ্ল’বেলৰ ভিছা কেন্দ্ৰ October 15, 2026 Barnali Ghosh মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে৷ খানাপাৰৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ ভৱনত ‘ভিএফএছ গ্ল’বেল’-এ স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ…
Assam ভাৰতলৈ আহিব লাগিলে আমাৰ চৰ্তত আহিব লাগিব, নহ’লে ঘোঁচা মাৰি খেদি দিমঃ ইলন মাস্কক মুকলি ভাবুকি বিজেপি সাংসদৰ October 15, 2026 Paromita আমেৰিকান ধনকুবেৰ তথা উদ্যোগপতি ইলন মাস্কক লৈ এইবাৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে মধ্যপ্ৰদেশৰ ৰিৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰ। ভাৰতলৈ আহিব বিচাৰিলে দেশৰ চৰ্ত মানিহে আহিব লাগিব বুলি হুংকাৰ দি…
Assam দিছপুৰত ভাৰ্টিকেল গাৰ্ডেনৰ শুভাৰম্ভ October 15, 2026 Barnali Ghosh মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দিছপুৰস্থিত ভগদত্ত উৰণ সেতু-১ৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰ উদ্বোধন কৰে৷ গুৱাহাটী পৌৰ নিগমে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু…
Assam স্বচ্ছতা হি সেৱা অভিযান পুতলা নাটেৰে ছাত্ৰ-ছাত্ৰীক সজাগ কৰিলে সুৰজিৎ একাডেমীয়ে October 15, 2026 Barnali Ghosh স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি সুৰজিৎ একাডেমীৰ উদ্যোগত ‘স্বচ্ছতা হি সেৱা’ বিষয়ক দুখন পুতলা নাট সফলতাৰে মঞ্চস্থ…