Assam গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা পালন October 18, 2026 Tarali গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত “আইনৰ শাসন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ ভূমিকা”…
Assam ৰাজ্যপাল আচাৰ্যই ভাৰতীয় বায়ুসেনাৰ বীৰত্বক প্ৰশংসা, মহিলা বিষয়াসকলক নাৰী শক্তিৰ প্ৰতিফলন বুলি অভিহিত October 18, 2026 Tarali অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত বায়ুসেনাৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় বায়ুসেনাৰ দ্বাৰা আয়োজিত ‘আকাশ ছে অন্তৰিক্ষ তক’ নামৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী অসম ৰাজভৱনৰ উদ্যোগত নমো…
Assam কাহিলীপাৰাত ৰয়েল এনফিল্ড চুৰি কৰি পলায়নৰ চেষ্টা October 18, 2026 Barnali Ghosh কাহিলীপাৰা আৰক্ষীৰ জালত ২ কুখ্যাত গাড়ীচোৰ । আৰক্ষীয়ে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।শুকুৰবাৰে পুৱা ৪.৩০ বজাত কাহিলীপাৰাৰ কনকলতা পথৰ পৰা দুই চোৰে চুৰি কৰিছিল AS 01…
Assam প্ৰাক্তন কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দ্বাৰা ৰে’লৱে কালীবাৰী কলনীৰ ৭৫সংখ্যক দুৰ্গা পূজাৰ উদ্বোধন October 17, 2026 Barnali Ghosh গুৱাহাটীৰ পাণবজাৰৰ ৰে’লৱে কালীবাৰী কলনীত শ্ৰী শ্ৰী দক্ষিণেশ্বৰী কালীবাৰী দুৰ্গা পূজা সমিতিয়ে এইবাৰ সাৰ্বজনীন দুৰ্গা পূজাৰ ৭৫সংখ্যক বৰ্ষ উদ্যাপন কৰিছে। শুকুৰবাৰে সন্ধিয়া প্ৰাক্তন অসম কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্য অতিথি…
Assam গংগা আৰতিৰ আৰ্হিত আৰতি পৰিৱেশনেৰে মুকলি আঠগাঁও সাৰ্বজনীন পূজা মণ্ডপ October 17, 2026 Barnali Ghosh শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনা শুকুৰবাৰে আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ হয়। ১৯৮৩ চনত প্ৰতিষ্ঠা হোৱা এই পূজা সমিতিয়ে এইবাৰ ৪৩সংখ্যক বৰ্ষৰ দুৰ্গাপূজা উদযাপন কৰিছে। এইবাৰ পূজাৰ মণ্ডপটো হায়দৰাবাদৰ প্ৰসিদ্ধ শ্ৰী…
Assam News ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অটল সংকল্পৰে অব্যাহত থাকিব: হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহৰ প্ৰশংসা October 16, 2026 Tarali কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্য আৰু ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক অভিনন্দন জনাইছে। এই অভিযানৰ ফলত ৯০০ৰো অধিক লোকক…
Assam ৰাইমনাত বন্যপ্ৰাণী সংৰক্ষণ শক্তিশালী কৰিবলৈ সেউজীয়া টহল উদ্যোগত ৬০ জন বন বিষয়াৰ অংশগ্ৰহণ October 16, 2026 Tarali টহল কার্যক্রম আৰু বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টা শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ফ্ৰণ্টলাইন বনকৰ্মীসকলক বাইচাইকেল প্ৰদান কৰা হৈছে। এই পদক্ষেপত আৰণ্যকৰ আইনী আৰু পৰামৰ্শ বিভাগ (LAD) আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল…
Assam দছেৰাত ৰাৱণৰ সৈতে এইবাৰ জ্বলি উঠিব ৩০ ফুট ওখ পঁইতাচোৰা; চিজেপিৰ প্ৰতিবাদৰ মাজতে দিল্লীত নতুন বিতৰ্ক October 16, 2026 Paromita দছেৰাত ৰাৱণ দাহনৰ বিষয়ে সকলোৱেই জানে। কিন্তু এইবাৰ ৰাৱণৰ সৈতে দাহন কৰা হ’ব পঁইতাচোৰাও। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে পঁইতাচোৰাক আৱৰ্জনা…
Sports মদ্যপানৰ আসক্তি, মানসিক চাপ আৰু পুনৰুজ্জীৱনৰ যাত্ৰাক লৈ মুখ খুলিলে যুজৱেন্দ্ৰ চাহালে October 16, 2026 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ লেগ-স্পিনাৰ তথা ইণ্ডিয়ান প্ৰীমিয়াৰ লিগৰ সৰ্বাধিক উইকেট দখলকাৰী ক্ৰিকেটাৰ যুজৱেন্দ্ৰ চাহালে মদ্যপানৰ আসক্তি, ব্যক্তিগত জীৱনৰ সংঘাত আৰু মানসিক স্বাস্থ্যৰ সৈতে কৰা কঠিন সংগ্ৰামৰ বিষয়ে মুকলিকৈ প্ৰকাশ…
Business সমাজ-কেন্দ্ৰিক শক্তি এক, ৰূপ অনেক পদক্ষেপৰ জৰিয়তে দুৰ্গা পূজাৰ অভিযানক উৎসৱ উদযাপনৰ গণ্ডীৰ উৰ্ধ্বলৈ লৈ গৈছে শ্যাম মেটালিক্সে October 16, 2026 Business Bureau শ্যাম মেটালিক্সে সমগ্ৰ কলকাতাত এক আৱেগিক প্ৰদৰ্শনী আৰু সামাজিক পদক্ষেপৰ জৰিয়তে আশা, সাংস্কৃতিক ঐতিহ্য আৰু সমাজ কল্যাণ উদযাপন কৰিবলৈ শক্তি এক, ৰূপ অনেক নামৰ এক দুৰ্গা পূজাৰ অভিযান আৰম্ভ কৰিছে।শক্তি,…