যন্তৰ মন্তৰত অনাধিকাৰ প্ৰৱেশৰ গোচৰত বুধবাৰে পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷অনুমতি অবিহনে যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ বাবে দণ্ডাধীশে ৰাংকা আৰু দাসক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।ইফালে অজিংক্য সিন্দেক ব্যক্তিগত বণ্ডত মুকলি কৰি দিয়া হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *