Month: August 2026

আচাম আৰক্ষী আৰু আচাম ৰাইফলছে কাছাৰত ২৮ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ জন

আচাম আৰক্ষী আৰু আচাম ৰাইফলছৰ যুটীয়া অভিযানত কাছাৰ জিলাত প্ৰায় ২৮ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে আৰু ৩ জন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আচামৰ মুখ্যমন্ত্ৰী…

অসমৰ ষ্টাৰ্ট-আপ পৰিৱেশক গতি প্ৰদানৰ বাবে আদানী গ্ৰুপৰ ‘বন্দে ভাৰতম’ৰ প্ৰস্তাৱ

আদানী গ্ৰুপৰ প্ৰতিনিধিবৰ্গই সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে দেশজুৰি আৰম্ভ কৰা উদ্যমিতা আৰু উদ্ভাৱনমূলক আঁচনি বন্দে ভাৰতমৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে।…

গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি

টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীৰ লখৰাৰ বিমল কাৰ্ছত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ বৈদ্যুতিক টাটা ছিয়েৰা.ইভিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, শ্ৰী বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে…

গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

‘গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে…

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায়…

পুনৰ ভাইৰাছৰ সংক্ৰমণ

চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ’ব পৰা ভাইৰাছ। ই শিশুসকলৰ…

২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে…

২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে মেঘালয়ক জল জীৱন মিছন ২.০ ৰ অধীনত ৩৩৬.৬২ কোটি টকা অনুমোদন কৰিলে কেন্দ্ৰই

কেন্দ্ৰই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে জল জীৱন মিছন (JJM) ২.০ ৰ অধীনত মেঘালয়ক ৩৩৬.৬২ কোটি টকাৰ অনুদান অনুমোদন কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ গ্ৰাম্য খোৱাপানী আন্তঃগাঁথনি আঁচনিত এক বৃহৎ গতি প্ৰদান…

জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ সংকল্প; অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ পূৰ্তিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাৰ্তা

অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু-কাশ্মীৰৰ অধিকাৰ আৰু স্বকীয় পৰিচয় ক্ষুণ্ণ কৰা সকলো সাংবিধানিক…

হিমালয়ত বিশাল কনভয়েৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰে নতুন মাইলৰ খুঁটি নিচান টেক্টনৰ

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৬০খন সম্পূৰ্ণ নতুন নিচান টেক্টন প্ৰিমিয়াম এছইউভিৰ এটা কনভয়ে লেহ চহৰত উপস্থিত হৈ এই সফলতা…