Month: August 2026

ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভোডাফোন আইডিয়া-ই স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে কেইটামান নিৰ্বাচিত প্ৰিপেইড ৰিচাৰ্জ প্লেনৰ সৈতে স্পটিফাই প্ৰিমিয়ামক এক সন্মিলিত সুবিধা ৰূপে অন্তৰ্ভুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ মনোৰঞ্জনৰ পৰিসৰ শক্তিশালী কৰা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান…

ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ড; মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি ৰিণ্টু শৰ্মাক

ধেমাজিৰ মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বুধবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহে যদিও অভিযুক্তৰ…

১১৫ ইঞ্চিৰ ব্ৰাভিয়া ৯II মুকলি কৰি প্ৰিমিয়াম টিভি বজাৰত গুৰুত্ব আৰোপ কৰিছে ছনীয়ে

ছনী ইণ্ডিয়াই প্ৰিমিয়াম বৃহৎ স্ক্ৰীনৰ ঘৰুৱা মনোৰঞ্জন খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে কোম্পানীটোৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ব্ৰাভিয়া টেলিভিচন— ১১৫ ইঞ্চি (২৯২ চেণ্টিমিটাৰ)ৰ ব্ৰাভিয়া ৯II মুকলি কৰি নিজৰ প্ৰিমিয়াম টেলিভিচনৰ…

অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

বাজাজ লাইফ ইঞ্চুৰেন্সে উজনি অসমৰ বানপানীৰ দ্বাৰা প্ৰভাৱিত পলিচীহল্ডাৰসকলৰ বাবে এক বিশেষ ক্লেইম সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত এক সৰলীকৃত ক্লেইম নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাতে বানপানীৰ দ্বাৰা…

ডিজিটেল ৰূপান্তৰ, AI আৰু ভাষাৰ সহায়ৰ বাবে মাইক্ৰ’ছফ্টৰ সৈতে মণিপুৰৰ চুক্তি স্বাক্ষৰ

মণিপুৰ মুখ্যমন্ত্ৰী যমনাম কেমচান্দ সিঙে বুধবাৰে ইম্ফলৰ মন্ত্ৰীপুখৰীৰ চিভিল চেক্ৰেটাৰিয়েটৰ মূল সন্মিলন কক্ষত প্ৰথম ৰাজ্য পৰ্যায়ৰ ডিজিটেল গভৰ্নেন্স, AI, চাইবাৰ ছিকিউৰিটি আৰু দক্ষতা বিকাশ কৰ্মশালাৰ শুভাৰম্ভ কৰে। মণিপুৰ চৰকাৰৰ তথ্য…

“প্ৰতিটো পীড়িত পৰিয়ালৰ লগত আছে কেন্দ্ৰ”: অসম আৰু নাগালেণ্ডত ক্ষয়-ক্ষতিৰ বুজ ল’লে JP Nadda

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Naddaই আজি অসম আৰু নাগালেণ্ডৰ বান আৰু ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি হিচাপে দুয়োখন বিপৰ্যয়গ্ৰস্ত ৰাজ্যৰ…

নিজৰ লাইফ জেকেট খুলি ৰক্ষা কৰিলে কৃষকৰ জীৱন! পিছে বানৰ কোবাল সোঁতত নিজেই হেৰাল স্বেচ্ছাসেৱক ৰাজেশ

ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি…

নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা

জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি…

মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ

হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে…