অসমত বানৰ সংহাৰ অব্যাহত আছে ৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে । ইফালে বানত ক্ষতিগ্ৰস্তৰ সংখ্যা ১৪খন জিলাত ১.৬ লাখলৈ বৃদ্ধি পাইছে ।ইফালে বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, আৰু ওদালগুৰি জিলাৰ ৩৮ টা ৰাজহ চক্ৰৰ ৫৬৩খন গাঁও বানত ডুব গৈছে আৰু ১ লাখ ৬০ হাজাৰ ৬০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । Share this:FacebookX Related Post navigation ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন বৰ্তমান সময়ত ৰাজনীতি নহয়