লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায় বিচাৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে ।সামাজিক মাধ্যম যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনালে অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীয়ে । অভিনেত্ৰীগৰাকীক এই অনুষ্ঠানত সংগ দিয়ে তেওঁৰ স্বামী তথা অভিনেতা নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *