Month: August 2026

অসমৰ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত বানত মৃত্যু হোৱা ১০ জনৰ পৰিয়াললৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰিলে

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া বানপানীৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উচ্চ অসমত পাঁচদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি শিৱসাগৰত বানাক্ৰান্ত লোকৰ বাবে স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই সময়তে…

অসমৰ শিবিৰত চি.আৰ.পি.এফ. জোৱানৰ গুলীবৰ্ষণ: দুই সতীৰ্থক হত্যা, এজনক জখম কৰি নিজে আত্মঘাতী

সোমবাৰে ৰাতিপুৱা অসমৰ নগাঁও জিলাৰ কাটিমাৰীস্থিত ৩৪ নম্বৰ বেটালিয়ন চি.আৰ.পি.এফ. শিবিৰত এজন চি.আৰ.পি.এফ. জোৱানে তেওঁৰ দুই সতীৰ্থক গুলীয়াই হত্যা কৰাৰ লগতে আন এজনক আহত কৰি নিজে আত্মঘাতী হয়।প্ৰাথমিক তথ্য অনুসৰি,…

ধৰ্মীয় আইন থাকিলে মহিলাই কেতিয়াও সম অধিকাৰ নাপায়ঃ ইউচিচিৰ পোষকতা তছলিমা নাছৰিনৰ

যদি ধৰ্মীয় আইন বলৱৎ হৈ থাকে, তেন্তে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ কৰিব নোৱাৰে। সমান অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি (ইউচিচি) প্ৰৱৰ্তনৰ পোষকতা কৰি এই মন্তব্য কৰে নিৰ্বাসিত বাংলাদেশী লেখিকা…

সহকৰ্মীলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি চৰম সিদ্ধান্ত চিআৰপিএফ জোৱানৰ; যোৰহাটৰ চিআৰপিএফ শিবিৰত নিহত ৩

প্ৰথমে সহকৰ্মীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ, তাৰ পিছতে নিজৰ অস্ত্ৰৰে আত্মহনন কৰিলে এগৰাকী চিআৰপিএফ জোৱানে। মঙলবাৰে যোৰহাট জিলাৰ কাটিমাৰিস্থিত ৩৪ নং বেটেলিয়ন চিআৰপিএফ শিবিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। এই…

ব্ৰহ্মপুত্ৰ ব’ৰ্ডে এবিধীয়া জল সংৰক্ষণ সজাগতা অভিযান সম্পন্ন কৰিলে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১৩৫তম সংস্কৰণত কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু জল শক্তি মন্ত্ৰণালয়ে আৰম্ভ কৰা দেশব্যাপী #CatchTheRain অভিযানৰ অংশ হিচাপে, ব্ৰহ্মপুত্ৰ ব’ৰ্ডে গুৱাহাটীত এবিধীয়া জল সংৰক্ষণ…

চেন্নাই উৎপাদন কেন্দ্ৰৰ মালিকীস্বত্ব সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে ৰেন’ই

ৰেন’ গ্ৰুপে স্পষ্ট কৰি দিছে যে চেন্নাইস্থিত উৎপাদন কেন্দ্ৰটো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই সম্পূৰ্ণৰূপে কোম্পানীটোৰ মালিকীস্বত্বৰ অধীনত আছে। ইয়াৰ সৈতে সংগতি ৰাখি অংশীদাৰ আৰু সংবাদ মাধ্যমক ভৱিষ্যতৰ সংবাদ বা…

ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে প্ৰথম অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰশ্বিপৰ জৰিয়তে অসমত অধিক শক্তিশালী কৰি তুলিছে নিজৰ ব্যৱসায়িক স্থিতি

তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ টাইটেল স্পনছৰ ৰূপে সহযোগিতাৰ কথা সদৰি কৰিছে। এই ঘোষণাৰ লগে লগে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে ইম্পেৰিয়েল ব্লু পেকেজড…

জুলাই মাহত অভিলেখসংখ্যক ৬.৩০ লাখ বাহন বিক্ৰী কৰে টিভিএছ মটৰে

টিভিএছ মটৰ কোম্পানীয়ে সোমবাৰে জুলাই মাহৰ বিক্ৰীৰ খতিয়ান দাঙি ধৰি সৰ্বাধিক মাহেকীয়া বিক্ৰী হোৱাৰ কথা সদৰি কৰিছে। ২০১৬ চনৰ জুলাই মাহত কোম্পানীটোৱে ৬,২৯,৬৭৫খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হয়, যি যোৱা…

কোকৰাঝাৰ প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ; ২৮ জুলাইৰ ৰাইমনা গুলীচালনাত নিহত যুৱকৰ মৃত্যুৰ ঘটনা

কোকৰাঝাৰ জিলা প্ৰশাসনে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন সুৰক্ষা কৰ্মীৰ গুলীচালনাত নিহত ফুংখা বসুমতাৰীৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। এই ঘটনা ২৮ জুলাইত…

কমনৱেলথৰ সোণৰ বিজয়ী মীৰাবাই চানুক লগ কৰিলে মন্ত্ৰী সিন্ধিয়াই; উত্তৰ-পূবৰ বাবে ‘এখন ৰাজ্য, এখন খেল’ আঁচনিৰ আলোচনা

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত টানা তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰাৰ পিছত বিশ্বখ্যাত ভাৰোত্তোলক মীৰাবাই চানুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতীৰাদিত্য…