Business এছঅ’এফ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড ২০২৫-২৬: বিশ্বমঞ্চত উজলি উঠিছে গুৱাহাটীৰ শিক্ষাৰ্থী May 27, 2026 Business Bureau ২০২৫-২৬ শিক্ষাবৰ্ষৰ ছায়েন্স অলিম্পিয়াড ফাউণ্ডেচন (এছঅ’এফ) পৰীক্ষাত গুৱাহাটীৰ শিক্ষাৰ্থীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। চলিত বৰ্ষৰ এছঅ’এফ অলিম্পিয়াডত ৭২খন দেশৰ লাখ লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল, য’ত…
Business টিভিএছ মটৰক দীৰ্ঘস্থায়ী উপভোক্তা সামগ্ৰীৰ বাবে শ্বেয়াৰহোল্ডাৰৰ মূল্য সৃষ্টিত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি বিচিজি, ৱিৰ্টচাফটচৱখৰ May 27, 2026 Business Bureau বষ্টন কনচাল্টিং গ্ৰুপ আৰু জাৰ্মানীস্থিত ব্যৱসায়িক সাপ্তাহিক উইৰ্টশ্বাফ্টছৱ’চে প্ৰকাশ কৰা বাৰ্ষিক ‘বেষ্ট ষ্টকচ ইন দ্য ৱৰ্ল্ড’ ৰেংকিঙত টিভিএছ মটৰ কোম্পানীয়ে বিশ্বব্যাপী ‘ড্যুৰেবল কনজিউমাৰ গুডছ’ শাখাত প্ৰথম স্থান লাভ কৰিছে। এই…
News অনুপ্ৰৱেশৰ জৰিয়তে সীমান্তত জনবিন্যাস সলনি হোৱাৰ আশংকা! তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন অমিত শ্বাহৰ May 26, 2026 Tarali অনুপ্ৰৱেশৰ বাবে জনবিন্যাস সলনি হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহৰ। স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰদান কৰা ভাষণত এই আশংকা প্ৰকাশ কৰিছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশক সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা…
Assam মাত্ৰ ৫ টকাতে খাব পাৰিব মাছ-ভাতঃ বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ঘোষণা May 26, 2026 Paromita মাত্ৰ ৫ টকাৰ ৰেহাই মূল্যত সপ্তাহত দুদিনকৈ মাছ-ভাত যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে। ৰাজ্যখনৰ প্ৰায় ৪০০ খন নিৰ্দিষ্ট কেণ্টিনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক এই খাদ্য যোগান…
Assam কুঁৱা খননৰ সময়তে মাটি খহি মৃত্যু পাঁচজন শ্ৰমিকৰ; মধ্য প্ৰদেশৰ পান্নাত শোকাকুল পৰিৱেশ May 26, 2026 Paromita কুঁৱা খননৰ সময়তে হঠাৎ খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল ৫ জনকৈ শ্ৰমিকে। মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মধ্য প্ৰদেশৰ পান্না জিলাৰ অজয়গড় ব্লকৰ অন্তৰ্গত বিহাৰপুৰৱা গাঁৱত…
Assam বিলাসীপাৰা ৰেলৱে ষ্টেচনত নিৰ্মীয়মাণ পানীৰ টেংকি খহি দুজন শ্ৰমিকৰ মৃত্যু; আহত ৪ May 26, 2026 Paromita নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰেলৱে ষ্টেচনৰ প্ৰকাণ্ড পানীৰ টেংকি খহি কৰুণ মৃত্যুক সাৱটি লয় দুজন শ্ৰমিকে। ধুবুৰী জিলাৰ বিলাসীপাৰা ৰে’লৱে ষ্টেচনত সংঘটিত এই মৰ্মান্তিক ঘটনাত আন চাৰিজন শ্ৰমিকো গুৰুতৰভাৱে আহত…
Assam বকৰি ঈদৰ পূৰ্বে গৰু কোৰবানী পৰিহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ May 26, 2026 Paromita পবিত্ৰ বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা সদনত ভাষণ প্ৰদান কৰি তেওঁ এইবাৰ ঈদৰ সময়ত গৰু কোৰবানী…
Assam মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ May 26, 2026 Paromita মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদৰাজ্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদপেট্ৰ’ল-ডিজেল-অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰপেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।ৰজাঘৰীয়াৰ বিৰুদ্ধে হুংকাৰ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত তীব্ৰ…
Assam কামাখ্যা দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ May 26, 2026 Paromita অসম ভ্রমণত অহা বন্ধুৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ৰ কামাখ্যা মন্দিৰ দৰ্শন। আজি পুৱাই নীলাচল পাহাৰাৰ বুকুত উপস্হিত হৈ মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰি আশীষ লয়।উল্লেখ্য যে সোমবাৰে ভূটানৰ…
Assam নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত নিহত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী May 26, 2026 Paromita আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী। মঙলবাৰে পুৱতি নিশা জিলাখনৰ ৰঙালু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলি মিকিৰপাৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ…