Assam ইন্ধনৰ ভয়াবহ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ May 26, 2026 Paromita ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক। মঙলবাৰে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। পেট্ৰ’ল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত…
Business ক্লাচিক লেজেণ্ডছ-য়ে জাৱা, য়েজদি আৰু বিএছএ ডিলাৰশ্বিপ নেটৱৰ্কৰ চৌপাশে ৯-দিনীয়া ‘‘লিজেণ্ডছ কেয়াৰ কেম্প’’ মুকলি কৰিছে May 26, 2026 Business Bureau ক্লাছিক লিজেণ্ডছ-এ গ্ৰাহক সেৱা আৰু বিক্ৰী পৰৱৰ্তী সহায়ক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি ইয়াৰ কৰ্তৃত্বপ্ৰাপ্ত জাৱা, য়েজদি আৰু বিএছএ ডিলাৰশ্বিপ নেটৱৰ্কত ২০২৬ চনৰ ২৩ মে’ৰ পৰা ৩১ মে’লৈকে…
Assam আকৌ মাধমাৰ! পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ দেশজুৰি বৃদ্ধি পালে চি এন জিৰ মূল্য May 26, 2026 Paromita ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া দহিছে দেশৰ সৰ্বসাধাৰণ গ্ৰাহকক। পেট্ৰ’ল আৰু ডিজেলৰ জুইচাই দামৰ পাছত মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি কিলোগ্ৰাম পুনৰ ২ টকাকৈ বৃদ্ধি কৰা হ’ল চি এন জিৰ মূল্য। বিগত…
Assam জামিন বিচাৰি পুনৰ আদালতত আবেদন জুবিন গাৰ্গ গোচৰৰ মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ May 26, 2026 Paromita অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মঙলবাৰে আদালতত দাখিল কৰে জামিনৰ আবেদন। ৰাজ্যৰ এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে এই গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা…
Assam অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক অভিলেখ; প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ May 26, 2026 Paromita ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক অভূতপূৰ্ব ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে মাতৃ মৃত্যুৰ হাৰ। জনসাধাৰণৰ সুৰক্ষিত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ দিশত লাভ কৰা এই বৃহৎ…
Assam জালুকবাৰী ঈদগাহ ময়দানত “ঈদ- উজ -আজহা”ৰ সমূহীয়া নামাজৰ আয়োজন May 26, 2026 Sonakshi Sarkar বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ “ঈদ – উজ – আজহা” উপলক্ষে অহা ২৮ মে’ত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু…
Assam দ্য ডাউন টাউন স্কুল-ৰ ছাত্ৰ-ছাত্ৰীয়ে আকৌ এবাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে May 26, 2026 Sonakshi Sarkar ছাত্ৰ-ছাত্ৰীসকলে ২৩ মে’ৰ পৰা ২৫ মে’ ২০২৬ লৈকে Delhi Public School Khanapara-ত অনুষ্ঠিত হোৱা DPSK Youth Conclave 2026-ত সন্মানীয় Most Promising Delegation Award লাভ কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই শিক্ষাৰ্থীসকলৰ…
Sports ক্ৰীড়া সম্পৰ্কীয় বিবাদ সমাধানৰ দিশত ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ May 26, 2026 Sonakshi Sarkar ক্ৰীড়া সম্পৰ্কীয় বিবাদৰ ক্ষিপ্ৰ আৰু ব্যয়বহুল সমাধানৰ দিশত ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন (ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ড)ৰ নিয়ম, ২০২৬ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰশাসন (ৰাষ্ট্ৰীয়…
Business গুৱাহাটীত এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ইণ্ডিয়ান চিল্ক হাউচ এজেন্সীজে উত্তৰ-পূবত দ্ৰুততৰ কৰিছে সম্প্ৰসাৰণ May 26, 2026 Business Bureau পূব ভাৰতৰ অন্যতম আগশাৰীৰ শাৰী বিক্ৰেতা প্ৰতিষ্ঠান ‘ইণ্ডিয়ান চিল্ক হাউচ এজেন্সীজ’-এ গুৱাহাটীত ব্যৱসায়িক পৰিচালনাৰ এবছৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ স্থিতি শক্তিশালী কৰাৰ লগতে সংগঠিত শাৰী খুচুৰা বজাৰত…
Business ভাৰতীয় গ্ৰাহকৰ বাবে দৈনিক সুস্থতাৰ মূল অভ্যাস হৈ পৰিছে টেটলি গ্ৰীণ টি May 26, 2026 Business Bureau ব্যস্ত জীৱনশৈলীৰ মাজত গ্ৰাহকে ক্ৰমান্বয়ে বিৰতিৰ সৰু সৰু মুহূৰ্ত বিচৰাৰ লগে লগে দিনটোৰ বিভিন্ন সময়ত গ্ৰীন টি ক্ৰমাগতভাৱে দৈনন্দিন কাম-জীৱনৰ অংশ হৈ পৰিছে। উদ্যোগৰ পৰ্যবেক্ষণ অনুসৰি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বহু…