Month: May 2026

ইমান আবেগিকভাৱে নল’বঃ ‘ককৰোচ’ মন্তব্যক লৈ দাখিল কৰা আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ স্থিতি

ন্যায়পালিকাক বদনাম কৰিবলৈ অনলাইনত চলি থকা বিভিন্ন বিতৰ্কিত চৰ্চাক লৈ কোনেও অতিমাত্ৰা স্পৰ্শকাতৰ বা আবেগিক হোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে সোমবাৰে এক গোচৰৰ শুনানিত ভাগ…

আৰ বি আইৰ টকাৰ বাকচৰ পৰা লুণ্ঠন ৮.৭ কোটি টকা! আহমেদাবাদত বেংক অব বৰোদাৰ বিষয়া গ্ৰেপ্তাৰ

গুজৰাটৰ আহমেদাবাদত ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আইৰ এটি টকাৰ বাকচৰ পৰা ৮.৭ কোটি টকা সৰকাই লৈ যোৱাৰ এক চাঞ্চল্য্যকৰ গোচৰত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে এটা চৰকাৰী বেংকৰ বিষয়াক।…

অভিন্ন দেৱানী বিধি বিধেয়কক লৈ উত্তপ্ত বিধানসভা; শাসক-বিৰোধীৰ মাজত তীব্ৰ ৰাজনৈতিক বাদানুবাদ

অসম বিধানসভাৰ চলিত বিশেষ অধিৱেশনত বহু চৰ্চিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচি বিধেয়ক উত্থাপন কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী…

টাটা এআইএ “টাটা এআইএ ডিভিডেণ্ড লিডাৰ্ছ ইণ্ডেক্স পেঞ্চন ফাণ্ড” মুকলি কৰাৰ কথা ঘোষণা কৰিছে

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে ভাৰতৰ আগশাৰীৰ লভ্যাংশ প্ৰদানকাৰী কোম্পানীসমূহত বিনিয়োগৰ জৰিয়তে গ্ৰাহকসকলক দীৰ্ঘম্যাদী অৱসৰৰ সম্পদ গঢ়ি তোলাত সহায় কৰাৰ লক্ষ্যৰে নতুন “টাটা এআইএ ডিভিডেণ্ড লিডাৰ্ছ ইণ্ডেক্স পেঞ্চন ফাণ্ড” মুকলি কৰাৰ…

ষ্টাৰ হেল্থে সুলভ মূল্যৰ স্বাস্থ্য বীমা সামগ্ৰী ‘ভেল্যু প্লাছ’ মুকলি কৰে

প্ৰতিষ্ঠাৰ ২০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে বৃহস্পতিবাৰে গুৱাহাটীকে ধৰি টায়াৰ ২, ৩ আৰু ৪ চহৰত স্বাস্থ্যসেৱাৰ পৰিসৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে সুলভ মূল্যৰ স্বাস্থ্য বীমা…

পুনৰ জনতাৰ মূৰত মাধমাৰ

দেশৰ কোটি কোটি জনতাৰ মূৰত মাধমাৰ সোধাই সোমবাৰে পুনৰ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি ঘটোৱা হৈছে ৷…

পুনৰ ঋণ লবলৈ সাজু চৰকাৰ

দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইবাৰো ঋণ লোৱাৰ ক্ষেত্রত অলপো থমকি ৰোৱা নাই । নতুনকৈ ক্ষমতালৈ অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ২৬ মে’ত পুনৰ…

প্লে অফত প্ৰৱেশ কৰা চতুৰ্থ দল ৰাজস্থান ৰয়েলছ

৭০খন লীগ মেচৰ অন্তত চাৰিটা দলে আই পি এল ২০২৬ প্লে অফৰ বাবে চূড়ান্ত হৈছে৷ দেওবাৰে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত…

সদনত বাকযুদ্ধ

আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন। সদনত মূল্যবৃদ্ধিক লৈ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাকযুদ্ধ পৰিলক্ষিত হয়।মন্ত্ৰী হাজৰিকাই দেশত কিয় মূল্যবৃদ্ধি হৈছে সেই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ…

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ

পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ।নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ।অত্যাধুনিক ওৰেছনিক মিছাইলেৰে আক্ৰমণ ইউক্ৰেইনত ।ৰাছিয়াৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু, আহত শতাধিক ।কিয়েভ’ আৰু কাষৰীয়া এলেকাত এই আক্ৰমণ…