পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ।নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ।অত্যাধুনিক ওৰেছনিক মিছাইলেৰে আক্ৰমণ ইউক্ৰেইনত ।ৰাছিয়াৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু, আহত শতাধিক ।কিয়েভ’ আৰু কাষৰীয়া এলেকাত এই আক্ৰমণ চলাই ৰাছিয়াই। Share this:FacebookX Related Post navigation স্কোডা অটো ইণ্ডিয়াই ‘জি.অ’.এ.টি – গ্ৰেটেষ্ট অন এ ট্ৰেক’ শীৰ্ষক নতুন ব্ৰেণ্ড অভিযান আৰম্ভ কৰিছে সদনত বাকযুদ্ধ