Month: May 2026

ৰিয়ানক লৈ আহিল ডাঙৰ খবৰ

ৰিয়ান পৰাগৰ ভেপিং কাণ্ডক লৈ এইবাৰ মুখ খুলিলে প্ৰাক্তন ভাৰতীয় তাৰকা ৰবিচন্দ্ৰন অশ্বিনে। ভাৰতৰ প্ৰাক্তন অফ-স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে কয় যে IPLৰ মেচৰ সময়ত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ ‘ভেপিং’ (Vaping)…

ভাৰতৰ শক্তিৰ চাহিদাক শক্তি প্ৰদান কৰিবলৈ এইচপিচিএলে কেনেকৈ প্ৰয়োগ কৰে বাস্তৱ সময়ৰ নিৰীক্ষণ পদ্ধতি

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ১ মে’ৰ ভিতৰত সমগ্ৰ দেশতে ৩৯২ লাখ এলপিজি চিলিণ্ডাৰ যোগান ধৰিছিল, যি প্ৰযুক্তিভিত্তিক বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত…

দিল্লীৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ২২৫/৬; ৰিয়ানৰ ৯০ ৰাণ

সমালোচনাৰ সন্মুখীন হোৱা অধিনায়ক ৰিয়ান পৰাগে ৫০ বলত ৯০ ৰাণ কৰি ফৰ্মলৈ ঘূৰি আহিছে। এইটোৱেই আছিল এই ছিজনত তেওঁৰ প্ৰথমটো ৫০-ৰ উৰ্ধৰ স্ক’ৰ। আনহাতে, ডনোভান ফেৰেৰাই দ্ৰুতবেগী ১৪ বলত ৪৭…

ষ্ট্ৰং ৰূমত বিজেপি কৰ্মীৰ প্ৰৱেশ! নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ

বিজেপিয়ে নিজৰ কামৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনত জিকিব নোৱাৰে। সেয়ে তেওঁলোকে চুৰি কৰি নিজক বচাব বিচাৰিছে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট…

মঠঘৰীয়াৰ শোকাৱহ দুৰ্ঘটনাঃ অভিযুক্ত চালক ছামিম আহমেদক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

মহানগৰীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত চালক ছামিম আহমেদক শনিবাৰে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। চাৰিদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত নুনমাটি আৰক্ষীয়ে অভিযুক্তটোক আজি কামৰূপ…

উচ্চতম ন্যায়ালয়ৰ ৰায়ত মুখ ঠেকেচা খালে অসমৰ মুখ্যমন্ত্ৰীয়েঃ আগতীয়া জামিন লাভ কৰি মন্তব্য পৱন খেৰাৰ

ৰাজনৈতিক প্ৰতিশোধৰ বাবে ব্যক্তিগত স্বাধীনতা বলি দিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভ কৰি এইদৰে চৰকাৰক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ…

এইচপিচিএলে এপ্ৰিল মাহত প্ৰদান কৰে ৩৭৫ লাখ এলপিজি চিলিণ্ডাৰ, যিয়ে সৰু, চাহিদা অনুসৰি ব্যৱহাৰত ঘটাইছে আমূল পৰিৱৰ্তন

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ ২০২৬ চনৰ এপ্ৰিল মাহত সমগ্ৰ ভাৰতত ৩৭৫ লাখ এলপিজি চিলিণ্ডাৰ যোগান ধৰিছিল, যিয়ে নগৰীয়া ব্যৱহাৰৰ পৰিৱৰ্তিত আৰু গ্ৰাহকৰ মাজত গতিশীলতা বৃদ্ধিৰ মাজত নমনীয় আৰু সৰু ৰন্ধন…

সাৱধান ৰাজ্যবাসী!

সাৱধান ৰাজ্যবাসী! ৰাজ্যত ধুমুহা-বৰষুণৰ সন্ত্রাস। প্রচণ্ড বেগেৰে আহিছে ধুমুহা-বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে এলার্ট। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে ইয়েল্লো, অৰেঞ্জ…

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তীত মাছখোৱাত শব্দঘৰৰ উদ্যোগত তিনিদিনীয়াকৈ ‘আলোকশিখা জ্বলুক প্ৰাণে’ শীৰ্ষক অনুষ্ঠান আৰম্ভ

২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা মাল্টি ডিচিপ্লিনেৰী আৰ্ট চেন্টাৰ ‘শব্দঘৰে বিগত বৰ্ষৰ দৰে এইবেলিও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প চৌহদত পহিলা মে’ৰ…

৪ মে’ত ৰাজ্যত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল

৪ মে’ত ৰাজ্যত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল। সোমবাৰে ৰাজ্যৰ ৪০টা ভোটকেন্দ্ৰত পুৱাৰে পৰা অনুষ্ঠিত হ’ব ভোটগণনা। ভোটগণনাৰ বাবে নির্বাচন আয়োগৰ ব্যাপক প্রস্তুতি। এইবাৰ অসমত অভিলেখ সংখ্যক হাৰত ভোট দিছিল…