৪ মে’ত ৰাজ্যত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল। সোমবাৰে ৰাজ্যৰ ৪০টা ভোটকেন্দ্ৰত পুৱাৰে পৰা অনুষ্ঠিত হ’ব ভোটগণনা। ভোটগণনাৰ বাবে নির্বাচন আয়োগৰ ব্যাপক প্রস্তুতি। এইবাৰ অসমত অভিলেখ সংখ্যক হাৰত ভোট দিছিল ভোটাৰে। ৮৫.৫ শতাংশ ভোটদানেৰে অভিলেখ সৃষ্টি হৈছিল ৰাজ্যত। ৯ এপ্রিলত এটা পর্যায়তে এইবাৰ দেশত অনুষ্ঠিত হৈছিল সাধাৰণ নির্বাচন। সোমবাৰে নিৰ্ণয় হ’ব ৰাজ্যৰ ১২৬টা সমষ্টিৰ মুঠ ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য। Share this:FacebookX Related Post navigation পুনৰ আজি আৰম্ভ হৈছে ভোটগ্ৰহণ সাৱধান ৰাজ্যবাসী!