সাৱধান ৰাজ্যবাসী! ৰাজ্যত ধুমুহা-বৰষুণৰ সন্ত্রাস। প্রচণ্ড বেগেৰে আহিছে ধুমুহা-বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে এলার্ট। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে ইয়েল্লো, অৰেঞ্জ এলার্ট। মুষলধাৰ বৰষুণৰ লগতে ধুমুহা আৰু বজ্রপাতৰ এলাৰ্ট। Share this:FacebookX Related Post navigation ৪ মে’ত ৰাজ্যত ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল