Month: May 2026

পুৰুষৰ টেষ্ট-মহিলাৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষত অষ্ট্ৰেলিয়া

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুকুৰবাৰে বাৰ্ষিক ৰেংকিং আপডেট প্ৰকাশ কৰে, য’ত অষ্ট্ৰেলিয়াই পুৰুষৰ টেষ্ট আৰু মহিলাৰ এদিনীয়া দুয়োটা ফৰ্মেটতে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। পুৰুষৰ টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়া ১৩১ পইণ্টেৰে প্ৰথম স্থানত থকাৰ…

পুনৰ আজি আৰম্ভ হৈছে ভোটগ্ৰহণ

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ ১৫ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইভিএমৰ সৈতে খেলিমেলি কৰাৰ অভিযোগ…

লাই শাকৰ উপকাৰী গুণৰ বিষয়ে জানেনে

লাই শাক (Mustard Greens) ভিটামিন A, C, K, আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এক পুষ্টিকৰ শীতকালীন শাক। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, হজম শক্তি উন্নত কৰে, হৃদৰোগৰ আশংকা কমায় আৰু চকুৰ স্বাস্থ্যৰ…

নিৰ্বাচন আয়োগে গণনা কৰ্মী বাছনি কৰিব পাৰে: তৃণমূল কংগ্ৰেছৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত ভোট গণনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মী নিয়োগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তৃণমূল কংগ্ৰেছৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে আবেদনখনৰ ওপৰত আৰু…

মহিলা বিশ্বকাপ ২০২৫ জয় কৰাৰ পিছতো এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰত

অষ্ট্ৰেলিয়াই আইচিচি মহিলা এদিনীয়া দল ৰেংকিঙৰ শীৰ্ষত নিজৰ আধিপত্য বজাই ৰখাৰ বিপৰীতে ভাৰতে আইচিচি মহিলা বিশ্বকাপ ২০২৫ জয় কৰাৰ পিছতো তৃতীয় স্থান দখল কৰে। আইচিচিয়ে বাৰ্ষিক আপডেট কৰিছে। দুটা পইণ্টৰ…

মিৰা আন্দ্ৰেভাই মাদ্ৰিদ অপেন ফিনালে মাৰ্টা কোষ্টুকুক লগ পাব

১৯ বছৰীয়া মিৰা আন্দ্ৰেভাই হেইলি বেপ্টিষ্টেক ৬-৪ ৭-৬ (১০-৮)ত পৰাস্ত কৰি মাদ্ৰিদ অপেন ফিনালত উপনীত হৈছে, আৰু তেওঁ শনিবাৰে মাৰ্টা কোষ্টুকুক লগ পাব। আন্দ্ৰেভাই এই মৰসুমত ক্লে কোৰ্টত ১৪খন মেচৰ…

লাখিমপুৰত জালত এ পি এছ চি টপাৰ; ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বন বিষয়া শিৱাশীষ শাণ্ডিল্য

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা তীব্ৰ অভিযানৰ মাজতে এইবাৰ লাখিমপুৰত গ্ৰেপ্তাৰ হ’ল এ পি এছ চি টপাৰ তথা বন বিষয়া শিৱাশীষ শাণ্ডিল্য। এ পি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি…

অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়েঃ এগজিট পলৰ সম্ভাৱনা নস্যাৎ কৰি দাবী লুৰীণজ্যোতিৰ

অসমত এইবাৰ উৎখাত হ’ব বিজেপি। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা সময়ত এই দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে। শেহতীয়াকৈ…

বিজেপি চৰকাৰৰ দমনমূলক নীতিৰ তীব্ৰ সমালোচনা সোনম ৱাংচুকৰ; আলোচনা ব্যৰ্থ হ’লে পুনৰ আন্দোলনৰ হুংকাৰ

দেশৰ প্ৰগতি কেতিয়াও ভয়ৰ পৰিৱেশত হ’ব নোৱাৰে, চৰকাৰে মানুহৰ মন জয় কৰিব লাগিব। – এই মন্তব্য কৰে জলবায়ু কৰ্মী সোনম ৱাংচুকে। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত শনিবাৰে লেহত সংবাদ…

দ্ৰুত, সুৰক্ষিত, বায়’মেট্ৰিক: আইমোবাইলত ইউপিআই লেনদেনৰ বাবে বায়’মেট্ৰিক প্ৰমাণীকৰণ সক্ষম কৰিছে আইচিআইচিআই বেংকে

আইচিআইচিআই বেংকে বেংকৰ মোবাইল বেংকিং এপ্লিকেচন আইমোবাইলৰ জৰিয়তে ইউপিআই লেনদেনৰ বাবে বায়’মেট্ৰিক প্ৰমাণীকৰণ ব্যৱস্থা ৰূপায়ণৰ কথা ঘোষণা কৰিছে। এই শেহতীয়া বৈশিষ্ট্যই ব্যৱহাৰকাৰীৰ সেৱা উন্নত কৰিছে আৰু ব্যৱহাৰকাৰীক মুখৰ চিনাক্তকৰণ বা…