Business শুই থকা সময়তে অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু August 17, 2026 Dipshikha পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন হোটেলত সোমবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱা…
Business মন্দিৰত পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু August 17, 2026 Dipshikha বিহাৰৰ লক্ষীচৰাই জিলাৰ অশোকধাম মন্দিৰত সোমবাৰে পুৱা পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে ৷ শাওণ মাহৰ তৃতীয়টো সোমবাৰত জলাভিষেকৰ বাবে মন্দিৰটোত প্ৰায় ৫০ হাজাৰ…
Business জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই August 17, 2026 Dipshikha ৫ অক্টোবৰত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ…
Business উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ August 17, 2026 Dipshikha উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দৃশ্যটো দেখি বৰ বেয়া লাগে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা…
Business ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই August 17, 2026 Business Bureau মহিন্দ্ৰা গ্ৰুপৰ অন্তৰ্ভুক্ত মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে ব্লেজো আই-টিআৰকে নামৰ এক নতুন প্ৰজন্মৰ গধুৰ বাণিজ্যিক বাহন মুকলি কৰিছে। পৰিবহণকাৰী আৰু বাহন মালিকসকলৰ বাবে ইয়াক ‘প্ৰফিট কা ৰকেট’ হিচাপে উপস্থাপন কৰা…
Business লেন্সকাৰ্টৰ ‘দৃষ্টি কী দৌড়’ মুকলি: দৰিদ্ৰ লোকক চশমা প্ৰদানৰ বাবে দৈনন্দিন খোজক এক দেশজোৰা অভিযানলৈ ৰূপান্তৰ August 17, 2026 Business Bureau লেন্সকাৰ্টে ১৫ আৰু ১৬ আগষ্টত সমগ্ৰ দেশজুৰি ‘দৃষ্টি কী দৌড়—ৰান ফৰ ভিজন’ শীৰ্ষক এক ভাৰ্চুৱেল কাৰ্যসূচী মুকলি কৰিছে। ভাৰতত চকুৰ চিকিৎসা সেৱাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সামাজিক অভিযানৰ সৈতে…
Business মহাৰাষ্ট্ৰ চৰকাৰৰ এটা বিশেষ সিদ্ধান্ত August 14, 2026 Dipshikha শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ এটা বিশেষ সিদ্ধান্তত পুনৰ স্পষ্ট হ’ল মাৰাঠীসকলৰ জাতীয়তাবাদ। মহাৰাষ্ট্ৰৰ পৰিবহণ বিভাগে অটো আৰু টেক্সি চালকসকলৰ বাবে ব্যৱহাৰিক (কথোপকথনৰ) মাৰাঠী ভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক কৰিছে। যাতে স্থানীয় যাত্ৰীসকলৰ…
Business প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ August 14, 2026 Business Bureau পূৰ্বৰ বাজাজ এলিয়ান্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, বৰ্তমানৰ বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে এটা পেকেজযুক্ত মটৰ বীমা সেৱা প্ৰ’শ্বিল্ড মুকলি কৰিছে। ইয়াৰ লগতে কোম্পানীটোৱে সংযোজিত বাহন আৰু ক্ৰমবৰ্ধমান…
Business উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ প্রকল্পত অঘটন August 14, 2026 Dipshikha বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ প্রকল্পত অঘটন। প্রকল্পটোৰ সুৰংগ পথত বোকা আৰু পানীৰ ঢলে প্রাণ ল’লে ৭গৰাকী শ্রমিকৰ। চামোলিৰ মায়াপুৰত নিৰ্মাণ কাৰ্য চলি আছে এই সুৰংগটোৰ ।ঘটনাত আন ১৪গৰাকী শ্রমিক…
Business আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ August 14, 2026 Dipshikha লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং…