Business তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ August 14, 2026 Dipshikha তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ ৷ শ্ৰীলংকাৰ নৌসেনাই এই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি বিষয়টোত কেন্দ্ৰৰ…
Business ইণ্ডিয়ান অভাৰচিজ বেংকে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা বৰঙণি আগবঢ়াইছে August 14, 2026 Business Bureau ইণ্ডিয়ান অভাৰচিজ বেংকে (IOB) ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) পদক্ষেপৰ অধীনত অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে। আইঅ’বি (IOB) ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ…
Business পুনৰুদ্ধাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে বন্যাৰ্তক সহায়ৰ বাবে ১ কোটি টকাৰ বৰঙণি ইউনাইটেড ব্ৰুৱাৰিজৰ August 12, 2026 Business Bureau হাইনেকেন কোম্পানীৰ অধীনস্থ ইউনাইটেড ব্ৰুৱাৰিজ লিমিটেড(ইউবিএল)-এ অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ ক্ষিপ্ৰ কৰি তুলিবলৈ ১ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। চলিত বৰ্ষৰ বলিয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে…
Business শিক্ষাৰ্থী আৰু কৰ্মজীৱীক উদ্দেশ্যি এইচপি অম্নিপেড ১২ ভাৰতত মুকলি, মূল্য ৪৮,৯৯৯ টকা August 12, 2026 Business Bureau এইচপি ইণ্ডিয়াই ভাৰতত প্ৰথমবাৰৰ বাবে মুকলি কৰিছে এইচপি অম্নিপেড ১২—যি এক ২-ইন-১ ডিভাইচ। এই ডিভাইচটো বিশেষকৈ ছাত্ৰ-ছাত্ৰী, প্ৰথমবাৰ ব্যৱহাৰকাৰী, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু যুৱ কৰ্মজীৱীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে,…
Business ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে August 12, 2026 Dipshikha মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ…
Business উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ August 12, 2026 Dipshikha উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ। জিলাখনৰ নীতি উপত্যকাৰ যোশীমঠ-মলৰী পথত অৱস্থিত তমাক নালা অঞ্চলত এই ডাৱৰ বিস্ফোৰণৰ ফলত এক প্ৰচণ্ড পানীৰ ঢল নামি আহে। পানীৰ ঢলে চমলীত ব্যাপক তাণ্ডৱ চলাই…
Business অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা August 12, 2026 Dipshikha ছামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মাণিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা আৰু গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা আগবঢ়োৱা হ’ব ৷অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা৷ৰাজ্যৰ সাংস্কৃতিক…
Business অসমবাসীৰ বাবে ভাল খবৰ August 12, 2026 Dipshikha অসমবাসীৰ বাবে ভাল খবৰ। সংগীতৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত শিক্ষানুষ্ঠান লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা বিৰল আৰু ঐতিহাসিক সন্মান লাভেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে।…
Business জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ৬০,০০০ টকালৈকে লাভালাভেৰে মুকলি কৰিছে হেক্টৰৰ বাৰ্ষিকী অফাৰ August 12, 2026 Business Bureau জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতত এমজি হেক্টৰ বাহনৰ সাত বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক সীমিত সময়ৰ বাবে বাৰ্ষিকী বিশেষ কাৰ্যসূচী ঘোষণা কৰিছে, যাৰ অধীনত আগষ্ট মাহৰ ভিতৰত কৰা যোগ্য বুকিঙৰ…
Business ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান August 11, 2026 Paromita অবিজেপি শাসিত ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনত নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে আৰক্ষী আৰু…