পশ্চিমবংগৰ বীৰভূম জিলাৰ তাৰাপীঠৰ এখন হোটেলত সোমবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱা হোটেলৰ ৰিচিপচনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ কিন্তু অগ্নিকাণ্ডৰ কথা জনাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই সমগ্ৰ হোটেলখন ছানি ধৰে ৷অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত হোটেলৰ অধিকাংশ অতিথি শুই আছিল ৷ জুইৰ ধোঁৱা হোটেলৰ বন্ধ কোঠাত বিয়পি পৰাৰ ফলত শুই থকা অৱস্থাতে বহু লোক অসুস্থ হৈ পৰে ৷ Share this:FacebookX Related Post navigation মন্দিৰত পদপিষ্ট হৈ ৭ জন ভক্তৰ মৃত্যু