Assam বাগুৰুম্বা দ’হৌৰ বিশাল আয়োজনত প্ৰধানমন্ত্ৰী মোদী: বড়োলেণ্ড এতিয়া শান্তিৰ দ্বীপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ January 17, 2026 Piyali Poddar গুৱাহাটীত আয়োজিত বাগুৰুম্বা দ’হৌৰ বিশাল কাৰ্যসূচীত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ…
Assam আউনীআটী সত্ৰত একাদশ অসম ভাওনা সমাৰোহৰ বিশাল আয়োজনঃ ৫০০ সূত্ৰধাৰৰ নৃত্যৰে হ’ব উদ্বোধন January 17, 2026 Piyali Poddar মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ’ব একাদশ সংখ্যক অসম ভাওনা সমাৰোহ। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশাল আধ্যাত্মিক অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে…
Assam লালকিল্লা বিস্ফোৰণৰ অভিযুক্তক নিযুক্তি আল ফালাহ বিশ্ববিদ্যালয়ৰঃ পোহৰলৈ জেহাদী চিকিৎসকৰ তথ্য January 17, 2026 Piyali Poddar হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য দাঙি ধৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লা অঞ্চলত হোৱা ভয়াবহ গাড়ী বিস্ফোৰণৰ সৈতে জড়িত…
Assam চতুৰ্থ শুনানি সম্পন্ন জুবিন গাৰ্গ মৃত্যুৰ গোচৰত, ন্যায় বিচাৰে পত্নী গৰিমাই January 17, 2026 Sonakshi Sarkar আজিৰ আদালতৰ শুনানীত সমগ্ৰ ৰাজ্যজোৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হয়। পত্নী গৰিমা শইকীয়া গাৰ্গৰ উপস্থিতিত, তদন্তকাৰী বিষয়া আৰু উভয় পক্ষৰ অধিবক্তাসকলেও শুনানিত…
Assam মৃত্যুৰ পাছতো ৫ জনক নতুন জীৱন দি গ’ল এগৰাকী কিশোৰীয়ে! January 16, 2026 Piyali Poddar ‘ব্ৰেইন ডেড’ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মহানুভৱতাৰ বাবে কেৰালাত পাঁচজন ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হ’ল এক নতুন জীৱন। একে সময়তে প্ৰথমবাৰ বাবে কেৰালাত অংগ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হ’ল ব্যৱসায়িক…
Assam শীৰ্ষ আদালতৰ ঐতিহাসিক ৰায়ঃ সাধাৰণ শ্ৰেণীতকৈ অধিক নম্বৰ পালে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে লাভ কৰিব জেনেৰেল আসন January 16, 2026 Piyali Poddar সংৰক্ষণ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে স্পষ্ট কৰি দিয়ে যে যদিহে সংৰক্ষিত শ্ৰেণীৰ (অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী) কোনো প্ৰাৰ্থীয়ে সাধাৰণ শ্ৰেণীৰ ‘কাট-অফ’তকৈ অধিক…
Assam শিলিগুৰিত বিশ্বৰ সৰ্বোচ্চ মহাকাল মূৰ্তি নিৰ্মাণৰ ঘোষণা মমতা বেনাৰ্জীৰঃ ধৰ্মীয় পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হ’ব উত্তৰ বংগ January 16, 2026 Piyali Poddar ধৰ্মীয় পৰ্যটন আৰু আধ্যাত্মিকতাৰ এক নতুন মাত্ৰা প্ৰদান কৰি শিলিগুৰিৰ মাটিগাড়াত ভগৱান শিৱৰ মহাকাল অৱতাৰৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণৰ কথা ঘোষণা কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। শুকুৰবাৰে বিভিন্ন ধৰ্মীয়…
Assam লালকিল্লাত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ লেনদেনঃ আল-ফালাহ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বীট January 16, 2026 Piyali Poddar দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত যোৱা ১০ নৱেম্বৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ধনৰ অবৈধ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে বিশ্ববিদ্যালয়খনৰ…
Assam ৰাহুল গান্ধীক ৰাম মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰিবলৈ দাবী একাংশ সাধুৰঃ হিন্দু ধৰ্মৰ পৰাই বহিষ্কাৰৰ হুংকাৰ January 15, 2026 Piyali Poddar লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সাম্ভাব্য অযোধ্যা ভ্ৰমণক লৈ উত্তৰ প্ৰদেশৰ ধৰ্মীয় আৰু ৰাজনৈতিক মহলত সৃষ্টি হৈছে এক তীব্ৰ বিতৰ্কৰ। জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দই ৰাহুল গান্ধীক ৰাম মন্দিৰত প্ৰৱেশ কৰিবলৈ…
Assam বিশিষ্ট সাংবাদিক তথা ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাৰ পৰলোকপ্ৰাপ্তি January 15, 2026 Piyali Poddar অসমীয়া সংবাদ আৰু সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জনপ্ৰিয় পষেকীয়া আলোচনী ‘প্ৰান্তিক’ৰ প্ৰতিষ্ঠাপক তথা সম্পাদক প্ৰদীপ বৰুৱাৰ বুধবাৰে সন্ধিয়া গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮…