Category: Assam

আই-পেক গোচৰত ছুপ্ৰিম শুনানিঃ তদন্তকাৰী সংস্থাৰ কাৰ্যত স্থগিতাদেশ, ২ সপ্তাহৰ ভিতৰত বিচাৰিলে উত্তৰ

নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী ৰাজ্যত উদ্দেশ্যপ্ৰণোদিতভাৱে কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ তুলি আজি উচ্চতম ন্যায়ালয়ত ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। আই-পেকৰ কাৰ্যালয়ত ইডিৰ অভিযানক লৈ অনুষ্ঠিত হয়…

তেলেংগনাত চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়াৱহ অগ্নিকাণ্ড! জীৱন্তে দগ্ধ হৈ ৩টি শিশুসহ ৬ জনৰ কৰুণ মৃত্যু

মধ্যৰাতি হঠাৎ এক প্ৰচণ্ড শব্দই নিমিষতে শ্মশানলৈ পৰিৱৰ্তিত কৰিলে এখন ঘৰ। তেলেংগনাৰ সিৰমৌৰ জিলাৰ ঘানদুৰি গাঁৱত বুধবাৰে নিশা এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই শোকাৱহ…

“এইবাৰ গুলি লক্ষ্যভ্ৰষ্ট নহ’ব”- ড’নাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ পাৰা এতিয়া ইমানেই বৃদ্ধি পাইছে যে বিশ্ববাসীয়ে এক ভয়াৱহ পৰিণতিৰ আশংকাত দিন অতিবাহিত কৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অব্যাহত থকা নিৰন্তৰ সংঘাতৰ মাজতে…

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে তুৰস্কৰ সৈতে বৃহৎ প্ৰতিৰক্ষা চুক্তি বাংলাদেশৰ! ক্ৰয় কৰিব ৮খনকৈ আক্ৰমণকাৰী হেলিকপ্টাৰ

দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন সমীকৰণৰ অৱতাৰণা কৰি ভাৰতৰ সৈতে কূটনৈতিক উত্তেজনাৰ মাজতে চুবুৰীয়া দেশৰ সৈতে সামৰিক সম্পৰ্ক গঢ়াৰ চেষ্টাত নামি পৰিছে বাংলাদেশ চৰকাৰ। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়্যিপ এৰডোগানে…

বন্ধ ইৰানৰ আকাশমাৰ্গঃ এয়াৰ ইণ্ডিয়াৰ আমেৰিকা অভিমুখী বিমান বাতিল, ইউৰোপৰ সেৱাতো বিঘিনি

ইৰানত অব্যাহত থকা চৰকাৰ বিৰোধী উত্তাল প্ৰতিবাদ আৰু দেশখনৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ খবৰে এতিয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ মাজত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰিছে। পশ্চিম এছিয়াত বৃদ্ধি পোৱা নিৰাপত্তাজনিত উদ্বেগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয়…

ঝাৰখণ্ডৰ হাজাৰীবাগত ভয়ংকৰ বোমা বিস্ফোৰণঃ তিনিজনৰ থিতাতে মৃত্যু

ঝাৰখণ্ডৰ হাজাৰীবাগ সদৰ থানা অঞ্চলৰ অন্তৰ্গত হাবিবীনগৰত বুধবাৰে সংঘটিত হোৱা এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। মৃতসকলৰ ভিতৰত মহম্মদ…

গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব

আজি উৰুকা। কাইলৈ ভোগালী বিহু। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰাজধানী মহানগৰ গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক উজান বজাৰ মাছৰ বজাৰলৈ…

নিৰ্বাচন আয়ুক্তক অপৰাধমূলক গোচৰৰ পৰা আজীৱন ৰেহাই! কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

গণতন্ত্ৰৰ অন্যতম স্তম্ভ নিৰ্বাচন আয়োগৰ মুৰব্বীসকলক আইনী প্ৰক্ৰিয়াৰ ঊৰ্ধত ৰখাৰ চৰকাৰী প্ৰচেষ্টাই এতিয়া দেশৰ সৰ্বোচ্চ আদালতৰ মজিয়া পাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যকালৰ যিকোনো কামৰ বাবে আজীৱন…

বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ

ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডই এতিয়া দেশৰ সীমা অতিক্ৰমি বিশ্বৰ দৰবাৰত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চাউল উৎপাদনৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰাৰ পাছত এতিয়া ৰপ্তানিৰ বজাৰতো ভাৰতে বিশ্বৰ শীৰ্ষস্থান…

সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক

দক্ষিণ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতাৰ সমীকৰণক লৈ চলি থকা আভ্যন্তৰীণ খামখেয়ালিৰ মাজতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ইংগিত দিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে স্পষ্ট কৰি…