Category: Assam

১০৮ খুন্দাত নিহত যুৱতী

সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। মহানগৰীৰ কাহিলীপাৰাত ১০৮ ৰ খুন্দাত নিহত যুৱতী। থিতাতে নিহত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ লুনা ভৰদ্বাজ(২২)। দুৰ্ঘটনাত দেৰগাঁৱৰ অচ্যুত বৰুৱা(২৪) নামৰ এজন যুৱকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত…

ভাওনাক বিশ্ববিখ্যাত কৰিবলৈ চৰকাৰক মাজুলীত ছাত্ৰ সন্থাৰ কটাক্ষ

মাজুলীৰ পৰিৱেশ বৰ্তমান নদী দ্বীপটোৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষা আৰু ৰাজনৈতিক প্ৰতিশ্ৰুতি পূৰণৰ দাবীত উত্তাল হৈ পৰিছে। মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত চলি থকা ১১ দিনীয়া সদৌ অসম ভাওনা সমাৰোহত সদৌ…

ৰিভলভাৰৰ পৰা ভুলতে নিৰ্গত গুলীয়ে প্ৰাণ ল’লে পত্নীৰ! শোকদগ্ধ স্বামীয়েও ল’লে চৰম সিদ্ধান্ত

এটা ব্যক্তিগত পিষ্টলৰ অসাৱধান ব্যৱহাৰে আহমেদাবাদৰ এটা সম্ভ্ৰান্ত পৰিয়াললৈ মুহূৰ্ততে কঢ়িয়াই আনিলে চৰম শোকাবহ পৰিণতি। নিজৰ ব্যক্তিগত আগ্নেয়াস্ত্ৰ পৰীক্ষা কৰি থকাৰ সময়তে নিৰ্গত হোৱা এটা গুলীয়ে প্ৰাণ কাঢ়ে এগৰাকী নৱবিবাহিতাৰ,…

জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাঃ ২০০ ফুট দ খাৱৈত সেনাৰ বাহন বাগৰি শ্বহীদ ১০ জোৱান

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ভাদেৰৱাহ অঞ্চলত বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ এখন বুলেটপ্ৰুফ বাহন দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ গৰাকী জোৱানৰ শোকাৱহ মৃত্যু ঘটে। সেনাৰ ১৭ গৰাকী জোৱানক কঢ়িয়াই নিয়া বাহনখনে পাহাৰীয়া…

প্ৰয়াগৰাজত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষণ বিমানঃ কথমপি প্ৰাণৰক্ষা পাইলটৰ

মধ্য আকাশত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ বিমান। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ জৰ্জ টাউন অঞ্চলৰ কে পি কলেজ খেলপথাৰৰ সমীপত থকা…

অবৈধভাৱে মছজিদ নিৰ্মাণৰ অভিযোগত উত্তপ্ত অৰুণাচল! নামনি সোৱণশিৰি জিলাত ২৪ ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত অবৈধভাৱে মছজিদ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবেই আজি স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন। এছ টি বচাও আন্দোলন কমিটিৰ জিৰ’ গোটৰ আহ্বানত…

সুৰাপানৰ পাছত ডিঙিত খাদ্য লাগি ধৰি মৃত্যু দুই ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ

অত্যধিক সুৰা পান কৰাৰ পাছত ডিঙিত খাদ্য বস্তু লাগি ধৰাৰ ফলত সৃষ্টি হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাই অকালতে কাঢ়ি নিলে দুগৰাকী উচ্চ শিক্ষিত যুৱকৰ প্ৰাণ। অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাৰ বন্দৱাড্ডিপল্লীত সংঘটিত এই মৰ্মান্তিক…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি আছে মাটিৰ পট্টা প্ৰদান আৰু বৈদ্যুতিক সংযোগ কাৰ্য

কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক পুৰুষৰ তুলনাত মহিলা কৃষকক প্ৰতিখন চৰকাৰেই অবহেলা কৰি আহিছে বুলি কলেও অত্যুক্তি কৰা নহব। এক কথাত কবলৈ হলে মহিলা মহিলা কৃষকসকলে দেশৰ কৃষি খণ্ডত…

পশু অধিকাৰ কৰ্মী মেনকা গান্ধীক উচ্চতম ন্যায়ালয়ৰ কঠোৰ ভৰ্ত্সনা

উচ্চতম ন্যায়ালয়ে অলপতে এক পডকাষ্টত আদালতৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে পশু অধিকাৰ কৰ্মী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীক তীব্ৰ সমালোচনা কৰিছে। ভৱিষ্যতৰ মুখ্য ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে…

অসমে হেৰুৱালে এক সাংস্কৃতিক ৰত্ন: বেহেলা বাদক মিনতি খাউণ্ডৰ দেহাৱসান

হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট বেহেলা বাদক মিনতি খাউণ্ডৰ দেহাৱসান হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ, আৰু উচ্চ ৰক্তচাপ আৰু হৃদৰোগজনিত সমস্যা এজন সংগীতশিল্পীগৰাকীৰ বাবে দীৰ্ঘকালৰ সমস্যাৰূপে অৱস্থিত আছিল।…