Category: Assam

আই আই টি গুৱাহাটীৰ চৌহদত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ; আত্মহত্যাৰ সন্দেহত আৰক্ষীৰ তদন্ত

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, আই আই টি গুৱাহাটীৰ তৃতীয় বৰ্ষৰ এজন বি-টেক ছাত্ৰ মৃতদেহ দেওবাৰে আবেলি প্ৰতিষ্ঠানটোৰ একাডেমিক কমপ্লেক্সৰ ভিতৰত উদ্ধাৰ কৰা হৈছে। এই ঘটনাটো আত্মহত্যা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে…

ৰূপমণি গোৰহৰ নামত পথ নিৰ্মাণ আৰু অসম আৰক্ষীত এছ আই পদৰ প্ৰস্তাৱ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এভাৰেষ্ট জয় কৰা অসমৰ প্ৰথম মহিলা ৰূপমণি গোৰহক সম্বৰ্ধনা জনায়।লগতে ভাৰত-তিব্বত সীমা আৰক্ষীৰ সহকাৰী কমাণ্ডেণ্ট তথা সফল…

অসম ৰাইফলছে নগা জনগোষ্ঠীৰ মৌখিক ইতিহাস, সহনশীলতা আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত তথ্যচিত্ৰ প্ৰদৰ্শন কৰে

নগা জনগোষ্ঠীৰ মৌখিক পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ওপৰত গুৰুত্ব দি নিৰ্মিত এখন তথ্যচিত্ৰ শ্বিলঙৰ লাইটখোৰস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত প্ৰদৰ্শন কৰা হয়। সহমৰ্মিতা বৃদ্ধি আৰু সামাজিক সংহতি শক্তিশালী কৰাৰ…

গিগ কৰ্মীৰ সামাজিক সুৰক্ষা বিচাৰি কংগ্ৰেছৰ প্ৰস্তাৱ; বিধানসভাত নাকচ চৰকাৰৰ

ডিজিটেল অৰ্থনীতিৰ সৈতে জড়িত হাজাৰ হাজাৰ গিগ আৰু প্লেটফৰ্ম কৰ্মীৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী এইবাৰ নাকচ কৰিলে অসম বিধানসভাই। শুকুৰবাৰে কংগ্ৰেছ বিধায়ক জুবেইৰ আনম মজুমদাৰে উত্থাপন কৰা এই প্ৰস্তাৱৰ…

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত চৰকাৰক ২৪ ঘণ্টাৰ আল্টিমেটম; কেন্দ্ৰীয় মন্ত্ৰীৰে চিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজধানী দিল্লীৰ লগতে দেশজুৰি অব্যাহত আছে যুৱ সমাজৰ প্ৰতিবাদ। এনে সময়তে শুকুৰবাৰে দিনৰ ভাগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক আলোচনাত মিলিত…

দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ

নিট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত সংঘটিত হৈ অহা বিসংগতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত এমাহৰো অধিক সময় ধৰি ৰাজধানী দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ…

মণিপুৰত আৰক্ষীৰ জালত তিনি উগ্ৰপন্থী কেডাৰ; হেৰ’ইনসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

হিংসাজৰ্জৰ মণিপুৰত চেগা-চোৰোকাকৈ সংঘটিত হৈ অহা কূটাঘাত আৰু ধন দাবীৰ ঘটনাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল তিনি সক্ৰিয় উগ্ৰপন্থী কেডাৰ। বুধবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ সংগঠনৰ সৈতে জড়িত…

৫০লৈ বৃদ্ধি ৰাজ্যৰ বানৰ মৃতকৰ সংখ্যা! সাহায্যৰ পৰা বঞ্চিত এতিয়াও ২০ শতাংশ লোক

উজনি অসমত অব্যাহত থকা বান পৰিস্থিতিৰ মাজতে মৃতকৰ সংখ্যা ৫০লৈ বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বান পৰিস্থিতিৰ শেহতীয়া পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে সামগ্ৰিক পৰিস্থিতিৰ…

বান আলোচনা বিচাৰি প্ৰতিবাদ, অসম বিধানসভাৰ পৰা এদিনৰ বাবে নিলম্বিত অখিল গগৈ

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ বৃহস্পতিবাৰে দিনটোৰ বাবে অসম বিধানসভাৰ পৰা নিলম্বিত কৰা হয়। বানপানীৰ অৱস্থাৰ ওপৰত আলোচনাৰ বাবে বিধায়কগৰাকীয়ে আগবঢ়োৱা কাম স্থগিত প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাৰ প্ৰতিবাদত তেওঁ নিজৰ…

উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন শতাধিক লোকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন হৈ আছে এশৰো অধিক লোক। বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জানিবলৈ…