Assam Business BIS-এ গুৱাহাটীৰ এটা অলংকাৰৰ দোকানত ভুৱা হলমাৰ্ক থকা গহনা বিক্ৰী কৰাৰ অভিযোগত অভিযান July 29, 2026 Tarali আজি ভাৰতীয় মানক ব্যুৰো (BIS) ৰ বিষয়াসকলে গুৱাহাটীৰ পানবজাৰৰ SC গোস্বামী ৰোডত অৱস্থিত M/s Roy Gahanalaya নামৰ এটা অলংকাৰৰ দোকানত তালাচী আৰু জব্দ অভিযান চলায়। BIS হলমাৰ্কৰ অপব্যৱহাৰ সন্দৰ্ভত পোৱা…
Assam ৰাণীত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন July 29, 2026 Sonakshi Sarkar কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্য্যসূচীৰে…
Assam শিৱসাগৰত পুনৰ উদ্ধাৰ ৭টা মৃতদেহ! বানত নিহতৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি July 29, 2026 Paromita ৭৫ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে এইবাৰৰ বাৰিষাৰ বানে! ৰাজ্যত বান পৰিস্থিতি কিছু শাম কাটিলেও এতিয়া পানী শুকোৱাৰ পিছত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ শিৱসাগৰ জিলাত আৰু ৭টা…
Assam অসমৰ ৰাজ্যপালে ‘পশু স্বাস্থ্য সুৰক্ষা’ৰ ওপৰত আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰিলে July 28, 2026 Tarali অসমৰ ৰাজ্যপাল আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ আচাৰ্য্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মংগলবাৰে বিশ্ববিদ্যালয় চৌহদত ‘বিকশিত ভাৰতৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পশু স্বাস্থ্য সুৰক্ষা’ শীৰ্ষক আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰে।অসম পশু…
Assam কৰুৰ পদপিষ্ট কাণ্ডত মৃতকৰ পৰিয়ালক চৰকাৰী সংস্থাপন; তামিলনাডু চৰকাৰৰ সিদ্ধান্ত বাতিল উচ্চ ন্যায়ালয়ৰ July 28, 2026 Paromita কৰুৰ পদপিষ্ট কাণ্ডত নিহতসকলৰ পৰিয়ালক চৰকাৰী সংস্থাপন দিয়াৰ তামিলনাডু চৰকাৰৰ সিদ্ধান্তৰ ওপৰত অৱশেষত স্থগিতাদেশ জাৰি কৰিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰি আদালতে উল্লেখ কৰে যে, এনে পদক্ষেপে…
Assam বোম্বে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত; মেটা, গুগল, এক্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব নীতিন গাডকাৰীয়ে July 27, 2026 Paromita ই-২০ ইন্ধন নীতিক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মেটা, গুগল আৰু এক্সৰ দৰে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ পথ মুকলি কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ডিপফেক ভিডিঅ’…
Assam শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ৰে গুলীবৰ্ষণ! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত বিহাৰ আৰক্ষীৰ জোৱান July 27, 2026 Paromita শিক্ষাৰ্থী নহয় যেন সন্ত্ৰাসবাদীহে! শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ ৰাইফলেৰে গুলীবৰ্ষণ কৰাৰ অভিযোগ উঠিল বিহাৰ আৰক্ষীৰ এজন…
Assam অভিলেখসংখ্যক বৰষুণেই সৃষ্টি কৰিলে উজনিৰ বানঃ বিধায়ক মানৱ ডেকাৰ দাবী July 27, 2026 Paromita অভিলেখসংখ্যক বৰষুণৰ ফলতেই এইবাৰ উজনি অসমত সৃষ্টি হৈছে নজিৰবিহীন বান পৰিস্থিতিৰ। সোমবাৰে এই মন্তব্য কৰে বিজেপিৰ বিধায়ক মানৱ ডেকাই। সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, সাধাৰণতে বানমুক্ত বুলি ধৰা…
Assam কৃষি বিজ্ঞান কেন্দ্র, কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি July 27, 2026 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্র কামৰূপ চৌহদত পাঁচদিনীয়াকৈ অনুষ্ঠিত নাৰ্চাৰীৰ বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে । কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ সোণমইনা…
Assam বানৰ সময়ত বিদেশ ভ্ৰমণক লৈ তীব্ৰ সমালোচনা; অৱশেষত মুখ খুলিলে হিতেন্দ্ৰনাথ গোস্বামীয়ে July 27, 2026 Paromita দুৰ্যোগ অন্ত পৰাৰ পিছত অৱশেষত সমষ্টিবাসীৰ কাষলৈ উভতিল যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। বিদেশ ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত হোৱা বিধায়কগৰাকীয়ে সাংবাদিকৰ মুখামুখি হৈয়েই যুক্তি দাঙি ধৰে- কিয় তেওঁ সেই…