Category: Assam

মিজ’ৰামৰ বিধায়ক ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে ডিচেম্বৰ ২০১৮ ৰ পৰা জুন ২০২৬ লৈ ৯০ মাহৰ সম্পূৰ্ণ দৰমহা দান কৰিলে

এটা হৃদয়স্পৰ্শী পদক্ষেপত, মিজ’ৰামৰ বিধায়ক আৰু প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে ৯০ মাহ ধৰি নিজৰ সম্পূৰ্ণ দৰমহাৰ ১০ শতাংশ দান কৰিছে। এইদৰে তেওঁ দৰিদ্ৰ আৰু সুবিধাবঞ্চিত লোকসকলৰ কল্যাণৰ বাবে…

মণিপুৰ বক্সাৰ যাদুমণি সিঙে কমনৱেলথ গেমছ ২০২৬ত ৰূপৰ পদক জয় কৰিলে

মণিপুৰ বক্সাৰ যাদুমণি সিং মাণ্ডেংবামে শনিবাৰে কমনৱেলথ গেমছ ২০২৬ৰ পুৰুষৰ ৫ কেজি শ্ৰেণীৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ জাই ডিক্সনৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰিছে। গ্লাছগোৰ স্কটিছ ইভেন্ট কেম্পাছত অনুষ্ঠিত ফাইনেলত…

অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত নিযুক্তি

দীঘলীয়া প্ৰশাসনিক অভিজ্ঞতাৰ স্বীকৃতি স্বৰূপে অসমৰ মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি লাভ কৰিছে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই নিযুক্তি প্ৰদান কৰে। ভাৰত ভূষণ দেৱচৌধুৰীয়ে ইয়াৰ…

বানপীড়িত কৃষকৰ বাবে ধানৰ পুলিৰ নাৰ্চাৰী উদ্বোধন কৃষি মন্ত্ৰীৰ

অসমৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই শুক্ৰবাৰে শিৱসাগৰ জিলাৰ বানপীড়িত ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টি পৰিদৰ্শন কৰে। তেওঁ জিলা প্ৰশাসনে লোৱা সাহায্য আৰু পুনৰসংস্থাপন ব্যৱস্থাৰ লগতে…

অসমত নতুন CBG নীতি অনুমোদন: আৱৰ্জনাৰ পৰা শক্তি, প্ৰকল্পত ২০ কোটি পৰ্যন্ত সাহায্য

ৰাজ্য কেবিনেটে শুক্ৰবাৰে ‘অসম সংকুচিত বায়’গেছ (CBG) নীতি, ২০২৬’ অনুমোদন জনাইছে। পৰিষ্কাৰ শক্তিৰ প্ৰচাৰ আৰু ৰাজ্যত এই খণ্ডৰ উন্নয়নৰ বাবে এক সামগ্ৰিক কাঠামো গঠন কৰাই এই নীতিৰ লক্ষ্য। কেন্দ্ৰৰ Model…

চাৰিটা জিলাৰ বাবে ৬ মাহৰ ঋণ ৰেহাই ঘোষণা, বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ ১.৫ লাখ

শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অসম চৰকাৰে কেইবাটাও বিত্তীয় সকাহৰ ব্যৱস্থা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে ৬ মাহৰ ঋণ পৰিশোধত স্থগিতাদেশ, বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ বিত্তীয় সাহায্য আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে…

অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বান: ফুলবাৰী বস্তিত বান্ধ ভাঙি বান

প্ৰতিবেশী অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত বৃহস্পতিবাৰে সিঙৰা নদীৰ সোঁ-পাৰ বান্ধ ভাঙি যায়। ফলত অসমৰ লক্ষীমপুৰ জিলাৰ নৱগঠিত ৰংগনাদি বিধানসভা সমষ্টিৰ (LAC)…

শিৱসাগৰত পুনৰ উদ্ধাৰ্ দুজনৰ মৃতদেহ! ৮০ জনলৈ বৃদ্ধি অসমৰ বানত নিহতৰ সংখ্যা

উজনি অসমত এতিয়া বানৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও শেষ হোৱা নাই বান বিভীষিকাৰ কৰুণ অধ্যায়। বানপানীয়ে এৰি যোৱা ধ্বংসস্তূপ আৰু মৃত্যুৰ শোকৰ মাজতে বৃহস্পতিবাৰে পুনৰ দুজন লোকৰ মৃত্যু…

উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা ৰূপান্তৰিত কৰিবলৈ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিলে অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং চিষ্টেম

উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা আগবঢ়াই নিয়াৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে গুৱাহাটীৰ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিছে এক অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং লেপাৰ’স্কপিক ভিজুৱেলাইজেচন চিষ্টেম AESCULAP…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ; ২০ বছৰীয়া অধ্যায়ৰ সামৰণি বৰ্ডাৰ-গাভাস্কাৰ বিজয়ী অধিনায়কগৰাকীৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় ক্ৰিকেটাৰ আজিংক্য ৰাহানেই। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক ঐতিহাসিক জয় উপহাৰ দিয়া অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই সিদ্ধান্ত ঘোষণা কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায়…