Category: Assam

অসমৰ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত বানত মৃত্যু হোৱা ১০ জনৰ পৰিয়াললৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰিলে

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া বানপানীৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উচ্চ অসমত পাঁচদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি শিৱসাগৰত বানাক্ৰান্ত লোকৰ বাবে স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই সময়তে…

অসমৰ শিবিৰত চি.আৰ.পি.এফ. জোৱানৰ গুলীবৰ্ষণ: দুই সতীৰ্থক হত্যা, এজনক জখম কৰি নিজে আত্মঘাতী

সোমবাৰে ৰাতিপুৱা অসমৰ নগাঁও জিলাৰ কাটিমাৰীস্থিত ৩৪ নম্বৰ বেটালিয়ন চি.আৰ.পি.এফ. শিবিৰত এজন চি.আৰ.পি.এফ. জোৱানে তেওঁৰ দুই সতীৰ্থক গুলীয়াই হত্যা কৰাৰ লগতে আন এজনক আহত কৰি নিজে আত্মঘাতী হয়।প্ৰাথমিক তথ্য অনুসৰি,…

ধৰ্মীয় আইন থাকিলে মহিলাই কেতিয়াও সম অধিকাৰ নাপায়ঃ ইউচিচিৰ পোষকতা তছলিমা নাছৰিনৰ

যদি ধৰ্মীয় আইন বলৱৎ হৈ থাকে, তেন্তে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ কৰিব নোৱাৰে। সমান অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি (ইউচিচি) প্ৰৱৰ্তনৰ পোষকতা কৰি এই মন্তব্য কৰে নিৰ্বাসিত বাংলাদেশী লেখিকা…

সহকৰ্মীলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি চৰম সিদ্ধান্ত চিআৰপিএফ জোৱানৰ; যোৰহাটৰ চিআৰপিএফ শিবিৰত নিহত ৩

প্ৰথমে সহকৰ্মীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ, তাৰ পিছতে নিজৰ অস্ত্ৰৰে আত্মহনন কৰিলে এগৰাকী চিআৰপিএফ জোৱানে। মঙলবাৰে যোৰহাট জিলাৰ কাটিমাৰিস্থিত ৩৪ নং বেটেলিয়ন চিআৰপিএফ শিবিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। এই…

ব্ৰহ্মপুত্ৰ ব’ৰ্ডে এবিধীয়া জল সংৰক্ষণ সজাগতা অভিযান সম্পন্ন কৰিলে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১৩৫তম সংস্কৰণত কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু জল শক্তি মন্ত্ৰণালয়ে আৰম্ভ কৰা দেশব্যাপী #CatchTheRain অভিযানৰ অংশ হিচাপে, ব্ৰহ্মপুত্ৰ ব’ৰ্ডে গুৱাহাটীত এবিধীয়া জল সংৰক্ষণ…

কোকৰাঝাৰ প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ; ২৮ জুলাইৰ ৰাইমনা গুলীচালনাত নিহত যুৱকৰ মৃত্যুৰ ঘটনা

কোকৰাঝাৰ জিলা প্ৰশাসনে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন সুৰক্ষা কৰ্মীৰ গুলীচালনাত নিহত ফুংখা বসুমতাৰীৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। এই ঘটনা ২৮ জুলাইত…

উচ্চ অসমৰ বানপ্ৰপীড়িত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সাহায্য আৰু ক্ষতিপূৰণৰ আশ্বাস

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উচ্চ অসমৰ শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিস্থিতি বুজিবলৈ নাজিৰা, মাহমৰা আৰু সোণাৰি বিধানসভা সমষ্টিৰ বানপ্ৰপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপ্ৰপীড়িত…

‘Emails from My Grandpa – Part 2’ গ্ৰন্থৰ শুভ উন্মোচন। উন্মোচন কৰে পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকা দেৱে । ডাউন টাউন হাস্পতালৰ উদ্যোগত উন্মোচিত কৰা হয় গ্ৰন্থখনৰ, লগতে উন্মোচন চাৰিখন জনস্বাৰ্থমূলক পুস্তিকা

সাহিত্য, শিক্ষা আৰু জনস্বাস্থ্য সচেতনতাক সমভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে ‘ডাউন টাউন হাস্পতালে’ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন সংবাদমেলৰ। সংবাদমেলত ‘Emails from My Grandpa – Part 2’ গ্ৰন্থখনৰ উন্মোচন কৰা হয়। অনুষ্ঠানত…

ক্ষমতা হেৰুওৱাৰ দুবছৰৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে জনসমুখত আহিব শ্বেখ হাছিনা

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ প্ৰায় দুবছৰৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হ’ব। অহা ৫ আগষ্ট, ২০২৬ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এটা ভাৰ্চুৱেল কাৰ্যসূচীৰ…

গুৱাহাটী: IIT-গুৱাহাটীৰ এগৰাকী B.Tech ছাত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীত পৰি মৃত্যু হৈছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, শনিবাৰে প্ৰতিষ্ঠানৰ ওচৰৰ নদীৰ পাৰত দুগৰাকী ছাত্ৰ-ছাত্ৰী খোজ কাঢ়ি আছিল।“হঠাতে দুয়ো নৈত পৰি যায়। খবৰ পোৱাৰ পিছতে ওচৰ SDRF কেম্পৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু…