Assam ১০ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান; বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ বাবে বিকল্প ব্যৱস্থা অসম চৰকাৰৰ August 6, 2026 Paromita দীৰ্ঘদিনীয়া বান পৰিস্থিতিৰ বাবে ব্যাহত হোৱা পাঠদান পুনৰ স্বাভাৱিক কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিৱসাগৰ, চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাসমূহৰ বিদ্যালয়ত ১০ আগষ্টৰ পৰা নিয়মীয়া শ্ৰেণী পাঠদান পুনৰ আৰম্ভ কৰাৰ…
Assam পোল্ট্ৰি ফাৰ্মসমূহ হৈ পৰিছে মাৰাত্মক বেক্টেৰিয়াৰ কেন্দ্ৰবিন্দু August 6, 2026 Sonakshi Sarkar অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক শেহতীয়া গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে উদ্যোগিক পোল্ট্ৰি ফাৰ্মিং অৰ্থাৎ ব্যৱসায়িকভাৱে হাঁহ-কুকুৰা পালনৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ বাবে ‘কেম্পিল’বেক্টৰ’ নামৰ অতি ভয়ানক বেক্টেৰিয়াৰ সংক্ৰমণ ১০০ গুণতকৈও অধিক বৃদ্ধি পাইছে।…
Assam ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ড; মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি ৰিণ্টু শৰ্মাক August 6, 2026 Paromita ধেমাজিৰ মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বুধবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহে যদিও অভিযুক্তৰ…
Assam “প্ৰতিটো পীড়িত পৰিয়ালৰ লগত আছে কেন্দ্ৰ”: অসম আৰু নাগালেণ্ডত ক্ষয়-ক্ষতিৰ বুজ ল’লে JP Nadda August 5, 2026 Tarali কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Naddaই আজি অসম আৰু নাগালেণ্ডৰ বান আৰু ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি হিচাপে দুয়োখন বিপৰ্যয়গ্ৰস্ত ৰাজ্যৰ…
Assam নিজৰ লাইফ জেকেট খুলি ৰক্ষা কৰিলে কৃষকৰ জীৱন! পিছে বানৰ কোবাল সোঁতত নিজেই হেৰাল স্বেচ্ছাসেৱক ৰাজেশ August 5, 2026 Paromita ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি…
Assam নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা August 5, 2026 Paromita জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি…
Assam মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ August 5, 2026 Paromita হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে…
Assam আচাম আৰক্ষী আৰু আচাম ৰাইফলছে কাছাৰত ২৮ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ জন August 5, 2026 Tarali আচাম আৰক্ষী আৰু আচাম ৰাইফলছৰ যুটীয়া অভিযানত কাছাৰ জিলাত প্ৰায় ২৮ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে আৰু ৩ জন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আচামৰ মুখ্যমন্ত্ৰী…
Assam গুৱাহাটীৰ বিমল কাৰ্ছত টাটা মটৰ্ছে মুকলি কৰিলে টাটা ছিয়েৰা.ইভি August 5, 2026 Sonakshi Sarkar টাটা মটৰ্ছে বুধবাৰে গুৱাহাটীৰ লখৰাৰ বিমল কাৰ্ছত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ বৈদ্যুতিক টাটা ছিয়েৰা.ইভিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ এই অনুষ্ঠানত পৰিচালন সঞ্চালক, শ্ৰী বিমল ছাৰাওগী; মুখ্য কাৰ্যবাহী বিষয়া ক্ৰমে…
Assam জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ সংকল্প; অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ পূৰ্তিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাৰ্তা August 5, 2026 Paromita অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু-কাশ্মীৰৰ অধিকাৰ আৰু স্বকীয় পৰিচয় ক্ষুণ্ণ কৰা সকলো সাংবিধানিক…