Assam Sports ক’ৰিয়া মাষ্টাৰ্ছ সুপাৰ ৩০০ খিতাপেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ অশ্মিতা চলিহাই August 9, 2026 Tarali অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা…
Assam এচিএফ: সৰু-সুৰা ত্ৰুটিৰ বাবে এনজিঅ’ৰ সম্পত্তি বাজেয়াপ্ত কৰিলে অসম আৰু উত্তৰ-পূৰ্বৰ দৰিদ্ৰই ক্ষতিগ্ৰস্ত হ’ব August 9, 2026 Tarali অসম খ্ৰীষ্টিয়ান ফ’ৰামে ২০২৬ চনৰ ২৫ মাৰ্চত লোকসভাত উত্থাপন কৰা আৰু বাৰিষা অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা থকা প্ৰস্তাৱিত বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬ ৰ ওপৰত গভীৰ উদ্বেগ…
Assam কাজিৰঙাত বিশেষ গঁড় সুৰক্ষা বাহিনীক সম্বৰ্ধনা : বন বিভাগৰ অগ্ৰণী যুঁজাৰুসকলক স্বীকৃতি August 8, 2026 Tarali কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ বিৰোধী অভিযান শক্তিশালী কৰিবলৈ নিযুক্তি দিয়া বিশেষ গঁড় সুৰক্ষা বাহিনী (SRPF) ক শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত অসমৰ…
Assam বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা August 8, 2026 Paromita বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি সাংসদ সুষ্মিতা দেৱে দাখিল কৰা স্মাৰক-পত্ৰৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ প্ৰকল্পটো প্ৰক্ৰিয়াধীন হৈ…
Assam উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক August 8, 2026 Paromita বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ…
Assam পাকিস্তানী চোৰাংচোৱাক ভাৰতৰ গোপন প্ৰতিৰক্ষা তথ্য যোগান; গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কামাণ্ডাৰ August 8, 2026 Paromita শত্ৰুৰ হাতত ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ অতি গোপন তথ্য তুলি দি জালত পৰিল ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সৈতে জড়িত সংবেদনশীল তথ্য ফাদিল কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই এগৰাকী…
Assam ১০ ছেপ্টেম্বৰ ভিতৰত ডিজিটেল জৰীপেৰে নিখুঁত বানক্ষতিৰ তথ্য ভাণ্ডাৰ প্ৰস্তুত: অসমৰ মুখ্যমন্ত্ৰী August 7, 2026 Tarali বানক্ষতিৰ দ্ৰুত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ মূল্যায়ন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কনভেনচন চেণ্টাৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ বাবে…
Assam “প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ”: জনগণনা ২০২৭ৰ বাবে অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জুবীন গাৰ্গৰ গীত মুকলি August 7, 2026 Tarali গুৱাহাটীত আজি অনুষ্ঠিত এক কাৰ্যসূচীত জনগণনা কাৰ্য্যালয়, অসম (DCO) -এ চৰকাৰীভাৱে জনগণনা ২০২৭ৰ থিম ছং মুকলি কৰে। এই অনুষ্ঠানে জনগণনা ২০২৭ৰ জনসজাগতা অভিযানৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে।…
Assam বানৰ পিছত পুনৰ আৰম্ভ উজনি অসমৰ ৰে’ল যোগাযোগ; সুৰক্ষাৰ বাবে প্ৰথমে কেৱল ডিজেল ইঞ্জিনেৰে চলিব ৰে’ল August 7, 2026 Paromita প্ৰায় দুসপ্তাহ ধৰি ব্যাহত হৈ থকা উজনি অসমৰ ৰে’ল যোগাযোগ পুনৰ স্বাভাৱিক কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ পিছত সেৱা পুনৰ আৰম্ভ কৰা হৈছে যদিও ৰে’লপথৰ…
Assam বানৰ তথ্য ৫-৬ ঘণ্টাৰ ভিতৰতে পায়, তেন্তে আগজাননী ক’ত? – বান সতৰ্কীকৰণক লৈ গৌৰৱ গগৈৰ প্ৰশ্ন August 7, 2026 Paromita বানৰ আগতীয়া সতৰ্কীকৰণৰ বাবে উপগ্ৰহভিত্তিক তথ্য লাভৰ ব্যৱস্থা থকাৰ পাছতো বানাক্ৰান্ত জিলাসমূহে সময়মতে সতৰ্কবাণী কিয় নাপায়, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। লোকসভাত ৫ আগষ্টত গগৈয়ে উত্থাপন…