১৬ নৱেম্বৰত মুকলি হ’ব ৮৬৯ খন বিচনা যুক্ত  মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।  নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিছে নিৰ্মাণ কাৰ্য। একেটা চৌহদতে থাকিব চিকিৎসকৰ বাবে আৱাস গৃহ । চিকিৎসালয়খনৰ  অগ্ৰগতিৰ  সোমবাৰে বুজ লয় মন্ত্ৰী অশোক সিংঘালে।
জিএম চি এইচ পুণৰ নিৰ্মাণৰ বাবে এম এম চি এইচ লৈ স্থানান্তৰ কৰা হ’ব কেইবাটাও বিভাগ।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed